ETV Bharat / state

বিজেপি নেতা মকিবুৰ হুছেইন মজুমদাৰৰ বান সাহায্য বিতৰণ - ৰ কলগাছিয়া

বৰপেটাৰ কলগাছিয়াত বিজেপি নেতা মকিবুৰ হুছেইন মজুমদাৰৰ বান সাহায্য বিতৰণ, প্ৰশাসন তথা চৰকাৰক সাহায্য প্ৰদানৰ আহ্বান

বিজেপি নেতা মকিবুৰ হুছেইন মজুমদাৰৰ বান সাহাৰ্য্য বিতৰণ
author img

By

Published : Jul 29, 2019, 11:51 PM IST

জনীয়া, 29 জুলাইঃ বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত প্ৰায় কুৰিখন গাঁও বেঁকী নদীৰ বানে প্লাৱিত কৰাৰ ফলত বানাক্ৰান্তৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ কিন্তু প্ৰশাসনৰ ফালৰ পৰা এদিনৰ বাবে খাদ্য সামগ্ৰী বিতৰণ কৰিছিল যদিও পৰৱৰ্তী সময়ত কোনো ধৰণৰ সাহায্য বিতৰণ নকৰাৰ অভিযোগ উঠিছে ৷ আনহাতে জনীয়া সমষ্টিৰ বিজেপি নেতা মকিবুৰ হুছেইন মজুমদাৰে নিজাববীয়াকৈ সুতিৰ পথাৰ, খাৰবাল্লি আৰু কাদংত গাঁও পৰিদৰ্শন কৰি বন্যাৰ্তৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে ৷

Intro:slug: as_jania_29jul_relief_distribution_by_bjp_leader_story_vis2+byt2_asc10058

জনীয়া, ২৯ জুলাই: কলগাছিয়াৰ সুতিৰপথাৰ, খাৰবাল্লি আৰু কাদং গাঁৱৰ শিবিৰত বানাক্ৰান্ত লোকৰ মাজত সাহায্যসামগ্ৰী বিতৰণ বিজেপিৰ টিকট প্ৰত্যাশী মকিবুৰ হুছেইন মজুমদাৰ।Body:slug: as_jania_29jul_relief_distribution_by_bjp_leader_story_vis2+byt2_asc10058

কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত প্ৰায় কুৰিখন গাঁও বেঁকী নদীৰ বানপানীয়ে প্লাৱিত কৰাৰ ফলত বানাক্ৰান্তৰ মাজত এক হাহাঁকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। প্ৰশাসনৰ ফালৰ পৰা এদিনৰ বাবে খাদ্য সামগ্ৰী বিতৰণ কৰিছিল যদিও আৰু কোনো ধৰণৰ সাহাৰ্য্য বিতৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। জনিয়া সমষ্টিৰ বিজেপি নেতা মকিবুৰ হুছেইন মজুমদাৰে সুতিৰপথাৰ, খাৰবাল্লি আৰু কাদংত গাঁৱত পৰিদৰ্শন কৰি বন্যাৰ্তৰ মাজত চাউল, ডালি আদি বিতৰণ কৰে। লগতে শীঘ্ৰে বন্যাৰ্তৰ মাজত খাদ্য সামগ্ৰী যোগান ধৰিবলৈ চৰকাৰক আহ্বান জনায়।Conclusion:slug: as_jania_29jul_relief_distribution_by_bjp_leader_story_vis2+byt2_asc10058

মন্তব্য: মকিবুৰ হুছেইন মজুমদাৰ আৰু ৰাইজৰ মন্তব্য।

স্বফিকুল হাছান, জনীয়া।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.