ETV Bharat / state

আব্দুল বাতেন খন্দকাৰে উদ্বোধন কৰিলে ৯ টাকৈ নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয়

উত্তৰ অভয়াপুৰী সমষ্টিৰ মহাজোঁট তথা কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী আব্দুল বাতেন খন্দকাৰে গোলাপাৰাকে ধৰি সমষ্টিটোৰ বিভিন্ন ঠাইত ৯ টাকৈ নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় উদ্বোধন কৰে ৷

আব্দুল বাতেন খন্দকাৰে উদ্বোধন কৰিলে ৯ টাকৈ নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয়
আব্দুল বাতেন খন্দকাৰে উদ্বোধন কৰিলে ৯ টাকৈ নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয়
author img

By

Published : Mar 23, 2021, 10:40 PM IST

জনীয়া,23 মাৰ্চ: মঙলবাৰে বিয়লি উত্তৰ অভয়াপুৰী সমষ্টিৰ মহাজোঁট তথা কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী আব্দুল বাতেন খন্দকাৰে গোলাপাৰাকে ধৰি সমষ্টিটোৰ বিভিন্ন ঠাইত ৯ টাকৈ নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় উদ্বোধন কৰে ৷ কাৰ্যালয় উদ্বোধন কৰি আই-মানাহ নদীৰ গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধ ব্যৱস্থা,যাতায়ত, শিক্ষা, স্বাস্থ্য, নিবনুৱা, কৃষি সমস্যাৰ প্ৰতি গুৰুত্ব দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।

ইফালে, উত্তৰ অভয়াপুৰী সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থী ভূপেন ৰয় আৰু মহাজোঁটৰ প্ৰাৰ্থী আব্দুল বাতেনৰ লগত মূল যুঁজ হ'ব বুলি ধাৰণা কৰিছে প্ৰাৰ্থী গৰাকীয়ে ৷

লগতে পঢ়ক: নলবাৰীত জয়ন্ত মল্ল বৰুৱাৰ জয় নিশ্চিত: দিলীপ শইকীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.