ETV Bharat / state

ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত চালক

author img

By

Published : Sep 1, 2019, 12:58 PM IST

বৰপেটাৰ হাউলীৰ কালঝাৰত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত এজন ৷ 31 নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা ৷ নিহত চালক জন হাউলীৰ বৰবালা গাওঁৰ তবিবৰ ৰহমান ৷

ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত চালক

বৰপেটা, 1 ছেপ্তেম্বৰ : বৰপেটাৰ হাউলীৰ কালঝাৰত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ 31 নং ৰাষ্ট্ৰীয় ঘাইপথত মালবাহী অটো ভান এখনত পিচফালৰ পৰা খুন্দা মাৰে এখন মালবাহী বলেৰ' ভানে ৷ বলেৰ' ভানৰ খুন্দাত অটো ভানৰ চালকজন গাড়ীৰ ভিতৰৰ পৰা পল্লা নদীৰ দলঙৰ ৰেলিঙত চিটিকি পৰে ৷ মুৰত প্ৰচণ্ড আঘাত পাই থিতাতে নিহত হয় অ'টো ভানৰ চালকজন ৷ নিহত চালক জন হাউলীৰ বৰবালা গাওঁৰ তবিবৰ ৰহমান ৷ ঘটনাস্থলীত হাউলী আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে ৷

Intro:

বৰপেটা ১ ছেপ্তেম্বৰ: বৰপেটাৰ হাউলীৰ কালঝাৰত পথ দুৰ্ঘটনাত । ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত পথ দুৰ্ঘটনাত নিহত এজন ।

এখন মালবাহী অটো ভানত পিছফালৰ পৰা খুন্দা মালবাহী বলেৰ' ভানৰ ৷

AS 01 FC 7258 নম্বৰৰ মালবাহী অটো ভানত পিছফালৰ পৰা খুন্দা মাৰে AS 16C 6027 নম্বৰৰ মালবাহী বলেৰ' ভানৰ ৷

Body:বলেৰ' ভানৰ খুন্দাত অটো ভানৰ চালকজন গাড়ীৰ ভিতৰৰ পৰা পল্লা নদীৰ দলঙৰ ৰেলিঙত চিটিকি পৰে ৷

মুৰত প্ৰচণ্ড আঘাত পাই থিতাতে নিহত হয় অ'টো ভানৰ চালকজন ৷

নিহত চালক জন হাউলীৰ বৰবালা গাওঁৰ তবিবৰ ৰহমান বুলি জানিব পৰা গৈছে ।

ঘটনাস্থলীত উপস্থিত হৈছে হাউলী আৰক্ষী । Conclusion:--- বাপকন দাস, বৰপেটা
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.