ETV Bharat / state

এন আৰ চিক লৈ বৰপেটাত নাই কোনো উৎসুকতা - বৰপেটা

৩১ জুলাইত প্ৰকাশ পাব এন আৰ চিৰ চূড়ান্ত তালিকা ৷ এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশৰ পূৰ্বে বুধবাৰে প্ৰকাশ পাইছে অতিৰিক্ত তালিকা ৷ বৰপেটাতো প্ৰকাশ পাইছে এন আৰ চিৰ খচৰাত নাম অন্তৰ্ভূক্ত হ'ব নলগা ব্যক্তিসকলকৰ অতিৰিক্ত তালিকা

প্ৰকাশ পালে এনআৰচিৰ অতিৰিক্ত তালিকাঃ বৰপেটাত পৰিলক্ষিত নহ'ল কোনো উৎসুকতা
author img

By

Published : Jun 26, 2019, 5:15 PM IST

বৰপেটা,২৬ জুনঃ সকলোবোৰ এন আৰ চি সেৱা কেন্দ্ৰৰ লগতে বৰপেটাতো প্ৰকাশ পাইছে এন আৰ চিৰ অতিৰিক্ত তালিকা ৷ পিছে অতিৰিক্ত তালিকাখনক লৈ বিশেষ উৎসুকতা পৰিলক্ষিত নহ'ল জিলাখনৰ লোকসকলৰ মাজত ৷ বুধবাৰে পুৱা দহ বজাৰ পৰাই এন আৰ চি সেৱা কেন্দ্ৰ সমূহত এন আৰ চিৰ কামত নিয়োজিত বিষয়াসকল উপস্থিত থাকে যদিও সেৱা কেন্দ্ৰসমূহত কোনো লোকৰ ভিৰ দেখিবলৈ পোৱা নগ'ল ৷ এই অতিৰিক্ত তালিকাত প্ৰতিটো সেৱা কেন্দ্ৰতে অতি নগণ্য সংখ্যক লোকৰ নামহে প্ৰকাশ পোৱা বুলি জানিবলৈ দিছে সেৱা কেন্দ্ৰসমূহত নিয়োজিত এন আৰ চিৰ বিষয়া সকলে ৷

প্ৰকাশ পালে এনআৰচিৰ অতিৰিক্ত তালিকাঃ বৰপেটাত পৰিলক্ষিত নহ'ল কোনো উৎসুকতা

ইপিনে জিলাখনত কিমান সংখ্যক লোকৰ নাম অতিৰিক্ত তালিকাত প্ৰকাশ পাইছে সেই সম্পৰ্কে কোনো তথ্য প্ৰকাশ কৰা নাই জিলা প্ৰশাসনে ৷ এই সম্পৰ্কীয় কোনো তথ্য জিলা প্ৰশাসনে ৰাজহুৱা নকৰে বুলি জানিবলৈ দিছে বৰপেটাৰ জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই ৷

আৰু পঢ়কঃ লখিমপুৰৰ সোনাপুৰ কেন্দ্ৰত অতিৰিক্ত খচৰাত বাদ পৰিল ১৩ জনৰ লোকৰ নাম

Intro:বৰপেটা, ২৬ জুনঃ ৩১ জুলাইত প্ৰকাশ পাব এনআৰচিৰ চূড়ান্ত তালিকা ৷ এনআৰচিৰ চূড়ান্ত তালিকা প্ৰকাশৰ পূৰ্বে আজি প্ৰকাশ পাইছে অতিৰিক্ত তালিকা ৷ এনআৰচিৰ খচৰাত নাম অন্তৰ্ভূক্ত অযোগ্য ব্যক্তিসকলকৰ নাম সন্নিৱিষ্ট অতিৰিক্ত তালিকা আজি বৰপেটাতো প্ৰকাশ পাইছে ৷ Body:জিলাখনৰ সকলোবোৰ এনআৰচি সেৱা কেন্দ্ৰতে এই অতিৰিক্ত তালিকা প্ৰকাশ পাইছে ৷ পিছে জিলাখনৰ কোনো লোকৰ মাজতে নাই অতিৰিক্ত তালিকাখনক লৈ বিশেষ উৎসুকতা ৷ আজি পুৱা দহ বজাৰ পৰাই এনআৰচি সেৱা কেন্দ্ৰ সমুহত এনআৰচিৰ কামত নিয়োজিত বিষয়াসকল উপস্থিত থাকে যদিও সেৱা কেন্দ্ৰসমুহত কোনো লোকৰ ভীৰ পৰিলক্ষিত হোৱা নাই ৷ বৰপেটা জিলাত ৰাতিপুৱা দহ বজাতেই প্ৰকাশ কৰা তালিকাখনত কোনো লোকৰ নাম অহা নহাক লৈ জিলাখনৰ লেকসকলৰ মাজত বিশেষ তৎপৰতা দেখা পোৱা নাই ৷ আজিৰ অতিৰিক্ত তালিকাত প্ৰতিটো সেৱা কেন্দ্ৰত অতি নগন্য সংখ্যক লোকৰ নামহে প্ৰকাশ পোৱা বুলি জানিবলৈ দিছে সেৱাকেন্দ্ৰসমুহত নিয়োজিত এল আৰ চি আৰ সকলে ৷
ইপিনে জিলাখনত কিমান সংখ্যক লোকৰ নাম অতিৰিক্ত তালিকাত প্ৰকাশ পাইছে সেই সম্পৰ্কে কোনো তথ্য প্ৰকাশ কৰা নাই জিলা প্ৰশাসনে ৷ এই সম্পৰ্কীয় কোনো তথ্য জিলা প্ৰশাসনে ৰাজহুৱা নকৰে বুলি জানিবলৈ দিছে বৰপেটাৰ জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই ৷

Conclusion:বাইটঃ সেৱা কেন্দ্ৰত নিয়োজিত এল আৰ চি আৰ ৷
--- বাপকন দাস, বৰপেটা
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.