ETV Bharat / state

বৰপেটাত দলঙৰ ৰেলিং ভাঙি পল্লা নৈত পৰিল ট্ৰাক

author img

By

Published : Mar 2, 2020, 11:15 PM IST

পল্লা নৈৰ ওপৰত থকা দলঙৰ ৰেলিং ভাঙি নৈত পৰিল ট্ৰাক ৷ দূৰ্ঘটনাত পতিত ট্ৰাকখনৰ নম্বৰ AS 01 DD 4145 ৷

BORPETA ROAD ACCIDENT
BORPETA ROAD ACCIDENT

বৰপেটা ২ মাৰ্চ: বৰপেটাৰ হাউলীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কালঝাৰত দূৰ্ঘটনা ৷ পল্লা নৈৰ ওপৰত থকা দলঙৰ ৰেলিং ভাঙি নৈত পৰিল ট্ৰাক ৷ দূৰ্ঘটনাত পতিত ট্ৰাকখনৰ নম্বৰ AS 01 DD 4145 ৷ সন্ধানহীন হৈ আছে দূৰ্ঘটনাগ্ৰস্থ ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনজন ৷ চালক আৰু হেণ্ডিমেনজনে পলায়ন কৰাৰ সন্দেহ স্থানীয় লোকৰ ৷ হাউলীৰ পৰা গুৱাহাটী অভিমুখে গৈ আছিল ট্ৰাকখন ৷ ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে হাউলী আৰক্ষী ৷ আৰক্ষীয়ে চালক আৰু হেণ্ডিমেনজনৰ বিষয়ে চলাই আছে অনুসন্ধান ৷

দলঙৰ ৰেলিং ভাঙি পল্লা নৈত পৰিল ট্ৰাক

লগতে পঢ়ক :

"অখিল গগৈক কাৰাগাৰৰ ভিতৰত মাৰি পেলাব বিজেপি চৰকাৰে"- হুছেইন মহম্মদ ছাজাহান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.