ETV Bharat / state

প্ৰহসনত পৰিণত হৈছে বৰপেটা জিলাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানী যোগান আঁচনি - বৰপেটা জিলাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানী যোগান আঁচনি

বৰপেটা জিলাৰ চেঙা সমষ্টিৰ ছাটাগাঁৱত 2004 চনতে নিৰ্মাণ হোৱা পানী যোগান আঁচনিৰ পৰা এদিনো ৰাইজে পোৱা নাই বিশুদ্ধ খোৱাপানী ৷ আনহাতে আঁচনিখন নিৰ্মাণৰ বাবে 2003 চনতেই আধা বিঘা মাটি প্ৰদান কৰা মাটিৰ গৰাকী ৰাহুল আমিনক আঁচনিখনত চতুৰ্থ বৰ্গৰ চাকৰি প্ৰদান কৰিছিল যদিও আজি পৰ্যন্ত প্ৰদান কৰা নাই দৰমহা ৷

Barpeta public health department water supply scheme scam
প্ৰহসনত পৰিণত হৈছে বৰপেটা জিলাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানী যোগান আঁচনি
author img

By

Published : Feb 26, 2020, 4:28 PM IST

বৰপেটা,26 ফেব্ৰুৱাৰীঃ প্ৰহসনত পৰিণত হৈছে বৰপেটা জিলাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানী যোগান আঁচনি ৷ বৰপেটা জিলাৰ চেঙা সমষ্টিৰ ছাটাগাঁৱত 2004 চনতে নিৰ্মাণ হোৱা পানী যোগান আঁচনিৰ পৰা এদিনো ৰাইজে পোৱা নাই বিশুদ্ধ পানী ৷ আনহাতে আঁচনিখন নিৰ্মাণৰ বাবে 2003 চনতেই আধা বিঘা মাটি প্ৰদান কৰা মাটিৰ গৰাকী ৰাহুল আমিনক আঁচনিখনত চতুৰ্থ বৰ্গৰ চাকৰি প্ৰদান কৰিছিল যদিও আজি পৰ্যন্ত প্ৰদান কৰা নাই দৰমহা ৷ এনেকৈয়ে চলি আছে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানী যোগান আঁচনি ৷ এতিয়া প্ৰশ্ন হয় মৃতপ্ৰায় আঁচনি সমূহৰ ওপৰত দৃষ্টিগোচৰ হ'বনে বিভাগীয় মন্ত্ৰী তথা কৰ্তৃপক্ষৰ? নে এই আঁচনি সমূহৰ নামত ৰাইজক বছৰ বছৰ ধৰি আভুৱা ভৰি থাকিব সংশ্লিষ্ট বিভাগসমূহে ?

প্ৰহসনত পৰিণত পানী যোগান আঁচনি

লগতে পঢ়ক-আজি মণিৰাম দেৱানৰ মৃত্যু দিৱস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.