ETV Bharat / state

অগপৰ জনীয়া সমষ্টিৰ বিধান পৰিষদ কমিটি গঠন

author img

By

Published : Aug 19, 2020, 8:50 AM IST

সভাত উপস্থিত থাকি অগপ দলক শক্তিশালী কৰিব বুলি আশা প্ৰকাশ কৰে বৰপেটা সদৰ সমষ্টিৰ অগপ বিধায়ক গুণীন দাসে ৷

AGP meeting at Jania
অগপৰ জনীয়া সমষ্টিৰ বিধান পৰিষদ কমিটি গঠন

জনীয়া, 19আগষ্টঃ জনীয়া সত্ৰ প্ৰেক্ষাগৃহত মঙলবাৰে অসম গণ পৰিষদ দলৰ জনীয়া বিধান পৰিষদ কমিটি গঠন সম্পৰ্কত এখন সাধাৰণ সভা অনুষ্ঠিত হয়। সভাৰ সৰ্বসন্মতি ক্ৰমে কলিম উদ্দিন আহমেদক সভাপতি, আব্দুল মান্নানক মূখ্য সম্পাদক আৰু তহিদুল ইছলামক সাংগঠনিক সম্পাদক হিচাপে লৈ এখন শক্তিশালী জনীয়া সমষ্টি বিধান পৰিষদ কমিটি গঠন কৰে ।

আগন্তক দিনত নৱ গঠিত কমিটিয়ে অগপ দলক শক্তিশালী কৰিব বুলি আশা প্ৰকাশ কৰে বৰপেটা সদৰ সমষ্টিৰ অগপ বিধায়ক গুণীন দাসে। বিধায়ক দাসে বিতৰ্কিত বিজেপি নেতা সত্য ৰঞ্জন বৰাই মুছলমান সম্প্ৰদায়ৰ লোকক পাঞ্চমাৰা বিষয় সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, এয়া বৰাৰ ব্যক্তিগত মন্তব্য ৷ অগপই সদায় সকলো ধৰ্মাৱলম্বী লোকক লগত লৈ কাম কৰি আহিছে আৰু অনাগত দিনত ভাতৃত্ববোধ বজাই ৰাখি কাম কৰি যাব ৷

লগতে পঢ়কঃ শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.