ETV Bharat / state

আজি মনোনয়ন দাখিল কৰিব কুমাৰ দীপক দাসে

বৰপেটা সত্ৰত বুঢ়াসত্ৰীয়া আৰু ডেকাসত্ৰীয়াৰ পৰা আশিষ নিৰ্মালি গ্ৰহণ কৰি জয় নিশ্চিত বুলি ঘোষণা অগপ প্ৰাৰ্থী দাসৰ ৷ বিধেয়ক সন্দৰ্ভত পূৰ্বৰ স্থিতিতে অক্ষুন্ন থকাৰ কথা উল্লেখ কৰে প্ৰাৰ্থী কুমাৰ দীপক দাসে ৷

author img

By

Published : Apr 3, 2019, 11:06 AM IST

বৰপেটা সত্ৰত কুমাৰ দীপক দাস

বৰপেটা,3এপ্ৰিল: বৰপেটা সত্ৰত আশিষ ল'বলৈ বুধবাৰে পুৱাই সত্ৰত উপস্থিত হ'ল বৰপেটা লোকসভা সমষ্টিৰ বিজেপি-অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী কুমাৰ দীপক দাস ৷ বুধবাৰে মনোনয়ন দাখিল কৰাৰ পূৰ্বেই সত্ৰত উপস্থিত হৈ বৰপেটা সত্ৰৰ দালানৰ সন্মুখতে সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মা আৰু ডেকাসত্ৰীয়া নৱজিৎ দাসৰ পৰা আশীষ নিৰ্মালী গ্ৰহণ কৰি এইবাৰ লোকসভা নিৰ্বাচনত বিজয় নিশ্চিত বুলি দাবী কৰে কুমাৰ দীপক দাসে ৷

বৰপেটা সত্ৰত কুমাৰ দীপক দাস
বিগত পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছৰ স্থিতি সমষ্টিটোত উন্নত হ'লেও লোকসভা নিৰ্বাচনত মিত্ৰজোঁটৰ প্ৰাৰ্থীয়েই জয়ী হ'ব বুলি দাবী কৰি এইবাৰ কংগ্ৰেছ আৰু এআইইউডিএফৰ প্ৰাৰ্থীয়ে বহু কম ভোট লাভ কৰিব বুলি মন্তব্য কৰে অগপ প্ৰাৰ্থীগৰাকীয়ে ৷ আনহাতে বিজেপিৰ লগত মিত্ৰজোঁটত চৰকাৰ গঠন কৰিবলৈ উলালেও নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত অগপৰ পূৰ্বৰ স্থিতিত অটল থাকিব বুলি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই প্ৰাৰ্থী কুমাৰ দীপক দাসে ৷

Slug:     A_BAR_3APR_801TO803_AGP_CANDIDATE_KUMAR_DIPAK_AT_BARPETA_SATRA_VIS+BITE+PHOTO_BAPKAN_DAS                         
 আজি মনোনয়ন দাখিল কৰিব কুমাৰ দীপক দাসেঃ  বৰপেটা সত্ৰত বুঢ়াসত্ৰীয়া আৰু ডেকাসত্ৰীয়াই পিৰদান কৰিলে আশীষ নিৰ্মালী

বৰপেটা, ৩ এপ্ৰিলঃ মহান পূন্যস্থান বৰপেটা সত্ৰৰ আশীষ নিৰ্মালী লোৱাৰ সুযোগ পাইছো ৷ মোৰ যাত্ৰাৰ আৰম্ভনীত গুৰু দুজনাৰ পূন্যস্থান বৰপেটা সত্ৰৰ আশীষ লাভ কৰি জয় নিশিচিত হোৱা বুলি অনুভৱ ব্যক্ত কৰিলে অগপ-বিজেপি-বিপিএফ মিত্ৰজোঁটৰ প্ৰাৰ্থী অগপৰ কুমাৰ দীপক দাসক ৷ বৰপেটা সত্ৰৰ দালানৰ সন্মুখতে তেওক আশীষ নিৰ্মালী প্ৰদান কৰিলে বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মা আৰু ডেকাসত্ৰীয়া নৱজিৎ দাসে ৷ এইবাৰৰ নিৰ্বাচনত তেওৰ বিজয় নিশ্চিত বুলি দাবী কৰিলে কুমাৰ দীপক দাসে ৷ এআইইউডিএফ আৰু কংগ্ৰেছ বহু পিচত থাকিব বুলি দাবী কৰে মিত্ৰজোঁটৰ প্ৰাৰ্থীজনে ৷ অসমীয়া, বঙালী, মুছলমান, জাতি, জনগোষ্ঠীৰ সমৰ্থন পাব বুলিও মন্তব্য কৰে ৷ বিগত পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছৰ স্থিতি উন্নত হলেও লোকসভা নিৰ্বাচনত মিত্ৰজোঁটৰ প্ৰাৰ্থীয়েই জযযী হব বুলি দাবী কৰে ৷ আনহাতে নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত পূৰ্বৰ স্থিতিতে অক্ষুন্ন থকা বুলি মন্তব্য কৰে ৷ 

বাইটঃ কুমাৰ দীপক দাস ৷
--- বাপকন দাস, বৰপেটা
ফুটেজ, বাইট আৰু ফটো ftpত পঠোৱা হৈছে ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.