ETV Bharat / state

বৰপেটাত অবড়োৰ সমৰ্থন কংগ্ৰেছলৈ - assam news

শনিবাৰে বৰপেটাৰ হাউলীত অনুষ্ঠিত অবড়ো সুৰক্ষা সমিতিৰ সভাত গৃহীত হ'ল এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ অবড়ো সুৰক্ষা সমিতিৰ নেতৃত্বই আঞ্চলিক সমিতিৰ বিষয়ববীয়াসকলক লৈ শনিবাৰে বৰপেটাৰ হাউলীত লোকসভা নিৰ্বাচনত অবড়োৰ স্থিতি সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ বাবে অনুষ্ঠিত কৰিছিল সভাখন ৷

বৰপেটাত অবড়োৰ সমৰ্থন কংগ্ৰেছলৈ
author img

By

Published : Mar 30, 2019, 11:10 PM IST

বৰপেটা, ৩০ মাৰ্চঃ অবড়োৰ সমৰ্থন কংগ্ৰেছলৈ ৷বৰপেটাৰ হাউলীত অনুষ্ঠিত অবড়ো সুৰক্ষা সমিতিৰ সভাত গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ অবড়োৰ স্থিতিয়ে সলনি কৰিলে লোকসভা নিৰ্বাচনৰ সমীকৰণ ৷ কোকৰাঝাৰত শব্দ ৰাভা,মঙলদৈত ভুৱনেশ্বৰ কলিতা,বৰপেটাত আব্দুল খালেক আৰুধুবুৰীত সমৰ্থন জনাব আবু তাহেৰ বেপাৰীক ৷ শনিবাৰে বৰপেটাৰ হাউলীত অনুষ্ঠিত অবড়ো সুৰক্ষা সমিতিৰ সভাত গৃহীত হ'ল এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ অবড়ো সুৰক্ষা সমিতিৰ নেতৃত্বই আঞ্চলিক সমিতিৰ বিষয়ববীয়াসকলক লৈ শনিবাৰে বৰপেটাৰ হাউলীত লোকসভা নিৰ্বাচনত অবড়োৰ স্থিতি সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ বাবে অনুষ্ঠিত কৰিছিল সভাখন ৷ ৰাজ্যৰ এগৰাকী প্ৰাক্তন মন্ত্ৰী জ্যেষ্ঠ ৰাজনীতিক পদম বাহাদুৰ চৌহানেও অংশগ্ৰহণ কৰা এই সভাখনত অবড়ো নেতাসকলৰ সৰ্বসন্মত সিদ্ধান্ত অনুসৰি নৱ শৰণীয়াৰ পৰিৱৰ্তে কোকৰাঝাৰ সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী শব্দ ৰাভাক সমৰ্থন জনোৱাৰ সিদ্ধান্ত লয় অবড়ো সুৰক্ষা সমিতিয়ে ৷ অকল কোকৰাঝাৰেই নহয় এইবাৰৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছক সমৰ্থন জনোৱাৰ সিদ্ধান্তও গ্ৰহণ কৰে অবড়ো নেতৃত্বই ৷ বিশেষকৈ কোকৰাঝাৰ, বৰপেটা, মঙলদৈ আৰু ধুবুৰীত কংগ্ৰেছক জনাব সমৰ্থন অবড়ো সুৰক্ষা সমিতিয়ে ৷

বৰপেটাত অবড়োৰ সমৰ্থন কংগ্ৰেছলৈ

আনহাতে বৰপেটাৰ হাউলীত অনুষ্ঠিত অবড়োৰ সভাখনতযোগেশ্বৰ কলিতাৰ নেতৃত্বত গঠন হ’ল এক নতুন অবড়ো সংগঠনৰ ৷ অবড়ো সুৰক্ষা সমিতিৰ পৰিৱৰ্তে যোগেশ্বৰ কলিতাৰ নেতৃত্বত গঠিত হ'ল 'সন্মিলিত অবড়ো জনগোষ্ঠীয় মহাশক্তি' নামৰ নতুন সংগঠনটোৰ ৷ বিটিএডিৰ ৯ টাকৈ সংগঠনৰ উপস্থিতিত গঠিত হ'ল এই অবড়ো মহাশক্তি ।

Slug: A_BAR_30_MAR_803TO804_BARPETA_O'BADO_SURAKSHA_SAMITI_SABHA_VIS+BITE_BAPKAN_DAS
বৰপেটাৰ হাউলীত অবড়ো সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভাঃ নিৰ্বাচনত কংগ্ৰেছক জনাব সমৰ্থন ৷

বৰপেটা, ৩০ মাৰ্চঃ
অবড়োৰ সমৰ্থন কংগ্ৰেছলৈ ৷
বৰপেটাৰ হাউলীত অনুষ্ঠিত অবড়ো সুৰক্ষা সমিতিৰ সভাত গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷
অবড়োৰ স্থিতিয়ে  সলনি কৰিলে লোকসভা নিৰ্বাচনৰ সমীকৰণ ৷
কোকৰাঝাৰত শব্দ ৰাভা,
মঙলদৈত ভূবনেশ্বৰ কলিতা,
বৰপেটাত আব্দুল খালেক আৰু
ধুবুৰীত সমৰ্থন জনাব আবু তাহেৰ আলী বেপাৰীক ৷ আজি বৰপেটাৰ হাউলীত অনুষ্ঠিত অবড়ো সুৰক্ষা সমিতিৰ সভাত গৃহীত হ'ল এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ অবড়ো সুৰক্ষা সমিতিৰ নেতৃত্বই আঞ্চলিক সমিতিৰ বিষয়ববীয়াসকলক লৈ আজি বৰপেটাৰ হাউলীত লোকসভা নিৰ্বাচনত অবড়োৰ স্থিতি সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ বাবে অনুষ্ঠিত কৰিছিল এই সভাখন ৷ ৰাজ্যৰ এগৰাকী  প্ৰাক্তন মন্ত্ৰী জ্যেষ্ঠ ৰাজনীতিক পদম বাহাদুৰ চৌহানেও অংশগ্ৰহন কৰা এই সভাখনত অবড়ো নেতাসকলৰ সৰ্ব সন্মত সিদ্ধান্ত অনুসৰি নৱ শৰনীয়াৰ পৰিৱৰ্তে কোকৰাঝাৰ সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী শব্দ ৰাভাক সমৰ্থন জনোৱাৰ সিদ্ধান্ত লয় অবড়ো সুৰক্ষা সমিতিয়ে ৷ অকল কোকৰাঝাৰেই নহয় এইবাৰৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছক সমৰ্থন জনোৱাৰ সিদ্ধান্তও গ্ৰহন কৰে অবড়ো নেতৃত্বই ৷ বিশেষকৈ কোকৰাঝাৰ, বৰপেটা, মঙলদৈ আৰু ধুবুৰীত কংগ্ৰেছক জনাব সমৰ্থন অবড়ো সুৰক্ষা সমিতিয়ে ৷
আনহাতে বৰপেটাৰ হাউলীত অনুষ্ঠিত অবড়োৰ সভাখনত
যোগেশ্বৰ কলিতাৰ নেতৃত্বত  গঠন হল এক নতুন অবড়ো সংগঠনৰ ৷ অবড়ো সুৰক্ষা সমিতিৰ পৰিৱৰ্তে  যোগেশ্বৰ কলিতাৰ নেতৃত্বত গঠিত হ'ল 'সন্মিলিত অবড়ো জনগোষ্ঠীয় মহাশক্তি' নামৰ নতুন সংগঠনটোৰ ৷ বিটিএডিৰ ৯ টাকৈ সংগঠনৰ উপস্থিতিত গঠিত হ'ল এই অবড়ো মহাশক্তি l আনহাতে, হীৰা শৰণীয়া সম্পৰ্কত তীৰ্যক মন্তব্যঃ কোকৰাঝাৰত হীৰা শৰনীয়া অন্তিম ৪নং স্থানত থাকিব l
ইউজি ব্ৰহ্মক ম্যাড উকলা টেবলেট আখ্যা যোগেশ্বৰ কলিতাৰ l

বাইটঃ যোগেশ্বৰ কলিতা ৷

--- বাপকন দাস, বৰপেটা
ফুটেজ আৰু বাইট ftpত পঠোৱা হৈছে ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.