ETV Bharat / state

কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেকৰ মনোনয়ন দাখিল

author img

By

Published : Apr 4, 2019, 8:31 AM IST

সহস্ৰাধিক সমৰ্থকসহ বুধবাৰে বৰপেটাত মনোনয়ন পত্ৰ দাখিল কৰিলে বৰপেটা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেকে

ABDUL KHALEK NOMINATION FILING

বৰপেটা, ৩ এপ্ৰিলঃ ভূমিধৰ বৰ্মনৰ লগতে কংগ্ৰেছৰ ৪ জন বিধায়কক লগত লৈ হেজাৰোধিক সমৰ্থকসহ বুধবাৰেবৰপেটাত মনোনয়ন পত্ৰ দাখিল কৰিলে বৰপেটা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেকে ৷ জ্যেষ্ঠ কংগ্ৰেছ নেতা ভূমিধৰ বৰ্মন, বিধায়ক শুকুৰ আলী আহমেদ, জাকিৰ হুছেইন শিকদাৰ, শ্বেৰমান আলী আহমেদ, আব্দুল হাই নাগৰীৰ সৈতে বৰপেটা জিলা উপায়ুক্ত কাৰ্যালয়ত মনোনয়ন দাখিল কৰে ৷ উত্তৰ বৰপেটাৰ পৰা হেজাৰোধিক কংগ্ৰেছ সমৰ্থকৰ সৈতে সমদল কৰি আহি মনোনয়ন দাখিল কৰে আব্দুল খালেকে ৷ বৰপেটা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থীগৰাকী জয়ী হ’ব বুলি মন্তব্য কৰে ভূমিধৰ বৰ্মন ৷ আনহাতে ৰাইজৰ উৎসাহ আৰু সমৰ্থন দেখি বিজয় নিশ্চিত বুলি দাবী কৰে কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেকে ৷

Slug:   A_BAR_3APR_810TO813_CONG_CANDIDATE_NAMINATION_VIS+BITE+PHOTO_BAPKAN_DAS                        

কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেকৰ মনোনয়ন দাখিল

বৰপেটা, ৩ এপ্ৰিলঃ
ভূমিধৰ বৰ্মণৰ লগতে কংগ্ৰেছৰ ৪ জন বিধায়কক লগত লৈ হেজাৰোধিক সমৰ্থকসহ আজি বৰপেটাত মনোনয়ন পত্ৰ দাখিল কৰিলে বৰপেটা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেকে ৷ জ্যেষ্ঠ কংগ্ৰেছ নেতা ভূমিধৰ বৰ্মণ, বিধায়ক শুকুৰ আলী আহমেদ, জাকিৰ হুছেইন শিকদাৰ, শ্বেৰমান আলী আহমেদ, আব্দুল হাই নাগৰীৰ সৈতে বৰপেটা জিলা উপায়ুক্ত কাৰ্যালয়ত মনোনয়ন দাখিল কৰে ৷  উত্তৰ বৰপেটাৰ পৰা হেজাৰোধিক কংগ্ৰেছ সমৰ্থকৰ সৈতে সমদল কৰি আহি মনোনয়ন দাখিল কৰে আব্দুল খালেকে ৷ বৰপেটা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থীগৰাকী জয়ী হব বুলি মন্তব্য কৰে ভূমিধৰ বৰ্মন ৷ আনহাতে ৰাইজৰ উৎসাহ আৰু সমৰ্থন দেখি বিজয় নিশ্চিত বুলি দাবী কৰে কং প্ৰাৰ্থী আব্দুল খালেকে ৷ 

বাইটঃ ভূমিধৰ বৰ্মন ৷
বাইটঃ আব্দুল খালেক ৷
-- বাপকন দাস, বৰপেটা
ফুটেজ, বাইট আৰু ফটো ftpত পঠোৱা হৈছে ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.