ETV Bharat / state

ধৰ্মীয় স্থানৰ পৰা লাউড স্পীকাৰ আঁতৰোৱাৰ আহ্বানৰ বিৰুদ্ধাচৰণ আমছুৰ - ধৰ্মীয় স্থানৰ পৰা লাউডস্পীকাৰ আঁতৰোৱাৰ আহ্বানৰ বিৰুদ্ধাচৰণ আমছুৰ

মহাৰাষ্ট্ৰৰ নৱনিৰ্মাণ সেনাই ৰাজহুৱা স্থানৰ লগত মছজিদসমূৰ পৰা লাউড স্পীকাৰ আঁতৰ কৰোৱাৰ বাবে ৰাজ্য চৰকাৰক সময়সীমা বান্ধি দিয়াক লৈ অসমতো সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ (Removal of loudspeakers from mosques) ৷ এই সন্দৰ্ভত মন্তব্য আগবঢ়াইছে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে ৷ সংগঠনটোৰ মন্তব্য অনুসৰি এয়া ধৰ্মীয় অনুভূমিক আঘাত কৰা সিদ্ধান্ত ৷

Loudspeaker Removal from Mosques
ধৰ্মীয় স্থানৰ পৰা লাউডস্পীকাৰ আঁতৰোৱাৰ বিৰুদ্ধাচৰণ আমছুৰ
author img

By

Published : Apr 19, 2022, 6:59 PM IST

জনীয়া, 19 এপ্ৰিল: সকলো ৰাজহুৱা ধৰ্মীয় স্থানৰ পৰা লাউড স্পীকাৰ আঁতৰোৱাৰ বাবে মহাৰাষ্ট্ৰৰ নৱ নিৰ্মাণ সেনাই ৰাজ্যচৰকৰাৰ সময়সীমা নিৰ্ধাৰণ কৰি দিছে (Removal of loudspeakers from mosques) ৷ এই সন্দৰ্ভত দেশজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷ এই আহ্বানৰ বিৰুদ্ধে মন্তব্য প্ৰকাশ কৰিছে আমছুৰ উপ-সভাপতি ইউনুছ আলীয়েও ৷

মহাৰাষ্ট্ৰ নৱনিৰ্মাণ সেনাৰ(Maharashtra Navnirman Sena) মুৰব্বী ৰাজ থাকৰেয়ে মছজিদৰ পৰা লাউড স্পীকাৰ আঁতৰাবলৈ সময়সীমা বান্ধি দিছে । এই মন্তব্যৰ বিপৰীতে আমছুৰ উপ-সভাপতি ইউনুছ আলীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে এয়া ধৰ্মীয় অনুভূতিক আঘাত কৰাৰ সিদ্ধান্ত । এটা ধৰ্মৰ কৰ্মৰাজি আঁতৰাই নিজ ধৰ্ম বাহাল ৰখাটো ধর্ম নিৰপেক্ষতাৰ আওতাত নপৰে বুলি মন্তব্য কৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ উপ-সভাপতিগৰাকীয়ে ।

ধৰ্মীয় স্থানৰ পৰা লাউডস্পীকাৰ আঁতৰোৱাৰ বিৰুদ্ধাচৰণ আমছুৰ

আমছুৰ ফালৰ পৰা মহাৰাষ্ট্ৰ চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তক তীব্ৰ বিৰোধিতা কৰাৰ লগতে এয়া কেতিয়াও সম্ভৱ নহয় বুলি মন্তব্য কৰিছে সংখ্যালঘূ নেতাগৰাকীয়ে (AAMSU reacts on decision to ban loudspeaker at Mosque)৷ ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰৰ চৰিত্ৰ এনেকুৱা ধৰণৰ হঠকাৰী হ’ব নোৱাৰে বুলি মন্তব্য কৰে ইউনুছ আলীয়ে । কোনেও যাতে কাৰো ধৰ্মীয় অনুভূতিক আঘাত কৰিব নোৱাৰে তাৰ বাবে আমছু উপ-সভাপতিগৰাকীয়ে উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিছে ৷

লগতে পঢ়ক: Eviction Drive in Hojai : হোজাইত প্ৰশাসনৰ উচ্ছেদে প্ৰাণ কাঢ়িলে এগৰাকী ব্যক্তিৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.