ETV Bharat / state

এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ বাক্সাৰ অন্ঠাইবাৰীবাসীৰ

author img

By

Published : Nov 9, 2019, 8:11 PM IST

বছৰ বছৰ ধৰি বিশুদ্ধ খোৱাপানীৰ সমস্যাই জুৰুলা কৰিছে বাক্সাৰ ভাৰত ভূটান সীমান্তৰ বৃহত্তৰ বগাজুলীৰ অন্ঠাইবাৰী গাঁৱৰ ৰাইজক ৷ বিশুদ্ধ খোৱাপানীৰ অভাৱত বহু লোক আক্ৰান্ত হৈছে বিভিন্ন অচিন ৰোগত ।

এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ বাক্সাৰ অন্ঠাইবাৰীবাসীৰ

বাক্সা, 9 নৱেম্বৰঃ বছৰ বছৰ ধৰি বিশুদ্ধ খোৱাপানীৰ সমস্যাই জুৰুলা কৰিছে বাক্সাৰ ভাৰত ভূটান সীমান্তৰ বৃহত্তৰ বগাজুলীৰ অন্ঠাইবাৰী গাঁৱৰ ৰাইজক ৷ বহু বছৰ ধৰি ভূটান পাহাৰৰ পৰা বৈ অহা লেতেৰা পানী ব্যৱহাৰ কৰিয়ে দুৰ্বিসহ জীৱন কটাইছে এই গাঁওবাসীয়ে ৷ ইয়াৰ ফলত ইতিমধ্যে বহু লোক আক্ৰান্ত হৈছে বিভিন্ন অচিন ৰোগত । স্থানীয় জন প্ৰতিনিধি সকলক গাঁও খনৰ খোৱাপানীৰ সমস্যাৰ বিষয়ে বহুবাৰ অৱগত কৰোৱা হৈছিল যদিও কোনো ধৰণৰ সহাঁৰি নোপোৱা বুলি অভিযোগ উত্থাপন কৰে স্থানীয় লোকসকলে ৷

এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ বাক্সাৰ অন্ঠাইবাৰীবাসীৰ

ৰাজ্যত চৰকাৰ পৰিৱৰ্তনেও সলনি কৰিব পৰা নাই এই গাঁৱৰ দীৰ্ঘদিনিয়া সমস্যাৰ ৷ শতাধিক লোকে বসবাস কৰা এই গাঁওখনত আজিপৰ্যন্ত চৰকাৰৰ পানী যোগান আঁচনিয়ে ঢুকি নোপোৱাটো দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে একাংশই ৷ চৰকাৰ আৰু স্থানীয় জন প্ৰতিনিধিৰ বিৰুদ্ধে ক্ষোভ উজাৰে ভুক্তভোগী ৰাইজে ৷

আৰু পঢ়কঃ অযোধ্যাৰ বিবাদমান ভূমিত নিৰ্মাণ হ'ব ৰাম মন্দিৰ

Intro:বাক্সাৰ ভাৰত ভূটান সীমান্তৰ বৃহত্তৰ বগাজুলীৰ অন্ঠাইবাৰীত এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ ।

Body:চৰকাৰ আহিল পৰিৱৰ্তনৰ শ্লো গান লৈ কিন্তু এতিয়াও ৰাজ্যৰ বহু ঠাইত জনসাধাৰণে এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈয়ে আছে । এইদৃশ্য হৈছে বাক্সা জিলাৰ ৫৮ নং তামুলপুৰ বিধান সভা সমষ্টিৰ আৰু ২৭ নং নাগ্ৰীজুলী বিটিচি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ বগাজুলীৰ অন্ঠাইবাৰী গাঁৱৰ । যত বছৰ বছৰ ধৰি গাওঁবাসীয়ে ভূটান পাহাৰৰ পৰা বৈ অহা লেতেৰা পানী খাবলগীয়া হৈছে আৰু ইতিমধ্যে বহু লোক বিভিন্ন অচিন ৰোগত আক্ৰান্ত হবলগীয়া হৈছে । এই গাওঁখনত শতাধিক লোকে বসবাস কৰে আৰু অতি দুৰ্ভাগ্যজনক কথা যে আজিলৈকে এই অঞ্চলটোত পানী যোগান আচনীয়ে ঢুকি নোপোৱাটো । যাৰ ফলত অঞ্চলবাসীয়ে এনেদৰেই দোংৰ পানী সংৰক্ষণ খাই জীৱিকা নিৰ্বাহ কৰিবলগীয়া হৈছে ।

Conclusion:বাৰিষাৰ সময়চোৱাত খোৱা পানীৰ এওঁলোকৰ প্ৰতিটো পৰিয়ালকে চিন্তিত কৰি তোলে । আনহাতে স্থানীয় জনপ্ৰতিনিধিক সকলক গাওঁখনৰ খোৱাপানীৰ সমস্যাৰ বাবে বহুবাৰ অৱগত কৰোৱা হৈছিল যদিও কোনো ধৰণৰ সহাৰি নোপোৱা বুলি অভিযোগ উত্থাপন কৰে স্থানীয় লোক সকলে ।

ভাষ্য : ১/২ স্থানীয় লোক

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম ।

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.