ETV Bharat / state

বিপিএফৰ অপশাসনৰ পৰা পৰিত্ৰাণ বিচাৰি ইউপিপিএললৈ যুৱ সমাজৰ ঢাপলি - জয়লাভ

বিপিএফ নেতৃত্বাধীন বিটিচিত যোৱা ১৭ টা বছৰে শিক্ষিত যুৱক-যুৱতী সকলে নাপালে কোনো এটা কৰ্মসংস্থাপন । সেয়েহে বিটিচিৰ বৰ্তমানৰ যুৱ সমাজে বিপিএফৰ পৰা বিচাৰিছে পৰিত্ৰাণ । শুকুৰবাৰে বাক্সা জিলাৰ ২৩ নং দিহিৰা সমষ্টিৰ ইউপিপিএলৰ প্ৰাৰ্থী জগদীশ ৰামছিয়াৰীৰ এক নিৰ্বাচনী কৰ্মশালাত অংশগ্ৰহণ কৰি ইউপিপিএলৰ যুৱ মৰ্চাৰ সভাপতি সোমনাথ নাৰ্জাৰীয়ে কলে এইদৰে ।

uppl youth brigade president on running btc council
বিপিএফৰ অপশাসনৰ পৰা পৰিত্ৰাণ বিচাৰি ইউপিপিএললৈ যুৱ সমাজৰ ঢাপলি
author img

By

Published : Jul 31, 2020, 11:30 PM IST

চিৰাং,৩১ জুলাই: বিটিচিবাসীৰ সমান্তৰালকৈ শিক্ষিত যুৱ সমাজে বিপিএফৰ পৰা বিচাৰিছে পৰিত্ৰাণ । সেয়েহে বিটিচিৰ এক ৰাজনৈতিক পৰিৱৰ্তন বিচাৰি ইউপিপিএলৰ সমৰ্থনত ওলাই আহিছে সকলো ।

যোৱা সোতৰ বছৰে বিটিচিৰ শাসনত থকা বিপিএফ নেতৃত্বাধীন পৰিষদখনে শিক্ষিত যুৱক-যুৱতী সকলক দিব পৰা নাই কোনো কৰ্ম সংস্থাপন । শুকুৰবাৰে বাক্সা জিলাৰ ২৩ নং দিহিৰা সমষ্টিৰ ইউপিপিএলৰ প্ৰাৰ্থী জগদীশ ৰামছিয়াৰীৰ এখন নিৰ্বাচনী কৰ্মশালাত অংশগ্ৰহণ কৰি এই মন্তব্য কৰিলে ইউপিপিএলৰ যুৱ মৰ্চাৰ সভাপতি সোমনাথ নাৰ্জাৰীয়ে ।

বিপিএফৰ অপশাসনৰ পৰা পৰিত্ৰাণ বিচাৰি ইউপিপিএললৈ যুৱ সমাজৰ ঢাপলি

যুৱ মৰ্চাৰ সভাপতিগৰাকীৰ মতে আগন্তুক বিটিচিৰ নিৰ্বাচনত ৪০ টা পৰিষদীয় সমষ্টিৰ ভিতৰত ৩০ টা সমষ্টিতে জয়লাভ কৰিব ইউপিপিএলে ।এই কৰ্মশালাখনতে ৬১ নং চাপাগুৰি বিধান সভা সমষ্টিৰ জিএছপিৰ সহকাৰী সাধাৰণ সম্পাদক আলিমুদ্দিন আলিৰ নেতৃত্বত ৩০ জন সদস্যই ইউপিপিএলত আনুষ্ঠানিকভাৱে যোগদান কৰে ।

কৰ্মশালাত উপস্থিত থাকে ২৩ নং দিহিৰা পৰিষদীয় সমষ্টিৰ ইউপিপিএলৰ প্ৰাৰ্থী জগদীশ ৰামছিয়াৰী, কেন্দ্ৰীয় সম্পাদক ফ্ৰান্সিছ তপ্প', কেন্দ্ৰীয় সাংগঠনিক সম্পাদক মুজিব আলি আহমেদ, মুছলপুৰ জিলা ইউপিপিএলৰ সম্পাদক দয়াল চন্দ্ৰ শৰণীয়া, দিহিৰা ব্লক যুৱ মৰ্চাৰ সভাপতি মুন সিং বসুমতাৰী, সাধাৰণ সম্পাদক কৃষ্ণ কুমাৰ বড়ো, ইউপিপিএলৰ নেতা হেমন্ত ব্ৰহ্মৰ লগতে বহু নেতা-কৰ্মী ।

লগতে চাওক-ভাৰতীয় সেনাৰ অভিযানত তিনিচুকীয়াত NSCN কেডাৰ আটক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.