ETV Bharat / state

উগ্ৰতাৰা মন্দিৰৰ বিগ্ৰহ চুৰিকাণ্ডঃ বৰমাত গ্ৰেপ্তাৰ আন এটা চোৰ

উগ্ৰতাৰা মন্দিৰৰ বিগ্ৰহ চুৰিকাণ্ডৰ লগত জড়িত আন এক অভিযুক্তক গ্ৰেপ্তাৰ ৷ বৰমাৰ পৰা গ্ৰেপ্তাৰ চুৰিকাণ্ডৰ লগত জড়িত চামচুল আলী ৷

উগ্ৰতাৰা মন্দিৰৰ বিগ্ৰহ চুৰিকাণ্ড : বৰমাত গ্ৰেপ্তাৰ আন এটা চোৰ
author img

By

Published : May 1, 2019, 7:04 PM IST

বৰমা, 1 মেঃ আৰক্ষীৰ এটা দলে বুধবাৰে নলবাৰীৰ পৰা চুৰি হোৱা বিগ্ৰহ উদ্ধাৰ কৰাৰ লগতে চাৰিটাকৈ চোৰ গ্ৰেপ্তাৰ কৰাৰ পাচতে বাক্সা জিলাৰ বৰমাত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হয় চামচুল আলী নামৰ আন এটা চোৰ ৷ বৰমাৰ পাহেলা আলীৰ পুত্ৰ চামচুল আলী পূৰ্বেও বহু চুৰি কাৰ্যৰ লগত জড়িত আছিল বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ৷

উগ্ৰতাৰা মন্দিৰৰ বিগ্ৰহ চুৰিকাণ্ড : বৰমাত গ্ৰেপ্তাৰ আন এটা চোৰ

উল্লেখ্য যে, বুধবাৰে গোলাঘাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেচৰ আৰু গোলাঘাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপক বৰাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে নলবাৰীৰ পৰা চুৰি হোৱা বিগ্ৰহ উদ্ধাৰ কৰে৷ আটকাধীন চোৰ কেইটা ক্ৰমে,নলবাৰী জিলাৰ বাটচৰৰ চান হুচেইন, টিহুৰ আদিল আলী, মোকালমোৱাৰ ৰাহুল আলী আৰু পাঞ্জাবাৰীৰ মিন্টু ৰায় ৷

Intro:গুৱাহাটীৰ উগ্ৰতাৰা মন্দিৰত বিগ্ৰহ চুৰি কাণ্ডৰ লগত জড়িত এজন বৰমাত গ্ৰেপ্তাৰঃBody:উগ্ৰতাৰা মন্দিৰৰ বিগ্ৰহ চুৰি
বৰমাত আটক এজন দূৰ্ধৰ্ষ চোৰক
বৰমা, ১ মে’

নলবাৰীৰ পিচত এইবাৰ বাক্সা জিলাৰ বৰমাতো উগ্ৰতাৰা মন্দিৰৰ বিগ্ৰহ চুৰি কাৰ্যৰ লগত জড়িত দূৰ্ধৰ্ষ চোৰক গ্ৰেপ্তাৰ ৷ বৰমা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দূৰ্ধৰ্ষ চোৰ চামচুল আলীক ৷ বৰমা আৰক্ষী থানাৰ পৰা মাত্ৰ এশ মিটাৰ দূৰত্বৰ পৰা গ্ৰেপ্তাৰ কৰে চোৰ চামচুল আলীক ৷ বৰমাৰ পাহেলা আলীৰ পুত্ৰ চামচুল আলী পূৰ্ৱে বহু চুৰি কাৰ্যৰ লগত জড়িত আছিল ৷ পলাতক তেওৰ ভাই আজিজুল আলী ৷
বৰমাৰ পৰা দিলীপ বড়ো ৷ Conclusion:বৰমা আৰক্ষীয়ে এজনক গ্ৰেপ্তাৰ কৰে যদিও এজন পলাতক
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.