ETV Bharat / state

পুৱা 9 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Aug 14, 2022, 9:08 AM IST

পুৱা 9 বজাৰ শীৰ্ষ 10 টা বাতৰি

TOP 10 AT 9 AM
পুৱা 9 বজাৰ শীৰ্ষ 10 টা বাতৰি

হিমন্ত বিশ্ব শৰ্মা চৰকাৰক দেউলীয়া আখ্যা বিধায়ক অখিল গগৈৰ

অসম সৰ্বশিক্ষা অভিযান মিছনৰ জাননীকলৈ সংবাদমেলত সৰৱ বিধায়ক অখিল গগৈ । ৰাজ্যৰ প্ৰতিখন বিদ্যালয়ক প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন গঠন কৰি তেওঁলোকৰ পৰা বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে প্ৰয়োজনীয় বিভিন্ন সা-সামগ্ৰী গ্ৰহণ কৰাৰ বাবে দিয়া নিৰ্দেশৰ বিৰোধিতা কৰে বিধায়কগৰাকীয়ে (Mla Akhil Gogoi on Axom Sarba Siksha Abhiyan Mission notification)৷

অনলাইন এপ্পৰ পৰা 2000 টকা ঋণ লৈ 15 লাখ টকা পৰিশোধ

কিমান সুৰক্ষিত অনলাইন ঋণ এপ্পসমূহ(Fraud Loan App)? এটা অনলাইন ঋণ এপ্পৰ পৰা 2,000 টকাৰ ঋণ লৈ 15 লাখ টকা পৰিশোধ কৰিবলৈ বাধ্য হ’ল আজমত নামৰ এজন লোকে ৷

দেশপ্ৰেমৰ এক অনন্য নিদৰ্শন দেখুৱালে মৈৰাবাৰীবাসীয়ে

দেশপ্ৰেমৰ এক অনন্য নিদৰ্শন দেখুৱালে মৈৰাবাৰীবাসীয়ে। শ্ৰমিক, কৃষকৰ পৰা ভীক্ষাৰীলৈকে সকলোৱে হাতে হাতে ত্ৰিৰংগা পতাকা লৈ দেখুৱালে দেশপ্ৰেম। স্বতঃস্ফূৰ্তভাৱে আজাদী কি অমৃত মহোৎসৱ উদযাপন মৈৰাবাৰীবাসীৰ (Azadi Ka Amrit Mahotsav)।

গুৱাহাটী উচ্চ ন্যায়ালয়ত নিযুক্তি দুগৰাকী নতুন বিচাৰক

সুস্মিতা ফুকন খাউণ্ড আৰু মিতালী ঠাকুৰীয়াক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত বিচাৰক হিচাবে নিযুক্তি প্ৰদান (Centre Appoints Two Judges To Gauhati High court) ৷ কেন্দ্ৰীয় চৰকাৰৰ আইন আৰু ন্যায় বিভাগে জাৰি কৰা এক জাননী অনুসৰি এই কথা সদৰি কৰা হৈছে ৷

সহস্ৰাধিক শিক্ষাৰ্থীৰ হাতৰ চাপেৰে অংকন স্বাধীনতা সেনানীৰ ছবি

সমগ্ৰ দেশে আজাদী কা অমৃত মহোৎসৱৰ (Azadi ka Amrit Mahotsav) লগত সংগতি ৰাখি পালন কৰিছে হৰ ঘৰ ত্ৰিৰংগা(Har Ghar Tiranga) কাৰ্যসূচী । এই আহ্বানক সাফল্যমণ্ডিত কৰিবলৈ শুকুৰবাৰে মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৰূপায়ণ কৰা হৈছে এক বিশেষ কাৰ্যসূচী । বিদ্যালয়খনত বিশাল কেনভাছত শিক্ষাৰ্থীয়ে অংকন কৰিলে তিনিগৰাকী স্বাধীনতা সেনানীৰ ছবি ।

ফাষ্টট্ৰেক আদালতত বটদ্ৰৱ কাণ্ডৰ তদন্ত চলোৱাৰ বাবে আবেদন নগাঁৱৰ আৰক্ষীৰ

আজি দাখিল কৰা হ’ল ৰাজ্য জোকাৰি যোৱা বটদ্ৰৱা কাণ্ডৰ চার্জশ্বিট (Nagaon police flies Charge sheet at Batadrava PS burning case)৷ শনিবাৰে নগাঁও আৰক্ষীয়ে আদালতত দাখিল কৰে এই অভিযোগনামা ৷ লগতে ফাষ্টট্ৰেক আদালতত এই ঘটনাৰ বিচাৰ প্ৰক্ৰিয়া চলোৱাৰ বাবে আবেদন জনাইছে নগাঁৱৰ আৰক্ষীয়ে ৷ সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰে নগাঁও জিলাৰ আৰক্ষী অধীক্ষক লীনা দলে ৷

কেইচেকেণ্ডৰ ব্যৱধানত বিষাক্ত সৰ্প দংশনৰ পৰা প্ৰাণ ৰক্ষা এটি কণমানিৰ

কৰ্ণাটকৰ মাণ্ডিয়াত এগৰাকী মাতৃৰ সতৰ্কতাৰ বাবে মাত্ৰ কেই চেকেণ্ডৰমানৰ ব্যৱধানত এটি কণমানি শিশু বিষাক্ত ফেঁটী সাপৰ দংশনৰ পৰা ৰক্ষা পৰে (Mother saved her son from snake bite) ৷ চি চি টি ভিৰ কেমেৰাত বন্দী হোৱা এই শিহৰণকাৰী ভাইৰেল দৃশ্যই ইতিমধ্যই সামাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছে ৷

১৯৪২ৰ ভাৰত ত্যাগ আন্দোলনৰ সাক্ষী ঠগিৰাম বৰাৰ কথাৰে

ঠগিৰাম বৰা, ১৯৪২ৰ ভাৰত ত্যাগ আন্দোলনত (In 1942 Quit India Movement) জপিয়াই পৰা এগৰাকী জীৱন্ত সেনানী ৷ স্বাধীনতাৰ পূৰ্বৰ স্মৃতি সুঁৱৰি আজিও আৱেগিক হৈ পৰে ৯৯ বছৰীয়া ঠগিৰাম বৰা (Freedom fighter Thogiram Bora)৷ জীৱিত কালতেই ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ অমৃত মহোৎসৱ উপভোগ কৰিবলৈ পাই নিজকে ধন্য মানিছে ১৯৪২ৰ ভাৰত ত্যাগ আন্দোলনৰ জীৱন্ত সাক্ষী এইগৰাকী সেনানীয়ে ৷

ভূপেন বৰাৰ কথাৰ উত্তৰ দিয়াতো প্ৰয়োজন বুলি নাভাৱে অতুল বৰাই

ভূপেন বৰাই কথা আজি এটা ক’ব কাইলৈ এটা ক’ব, তাৰ কথাৰ কিবা মূল্য আছে জানো ?" অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাক এইদৰে প্ৰত্যুত্তৰ দিয়ে মন্ত্ৰী অতুল বৰাই (Minister Atul Bora reaction on Bhupen Bora)৷

হাতে হাতে জাতীয় পতাকা লৈ সদলবলে ৰঙিয়াৰ ৰাইজ ওলাই আহিল ৰাজপথলৈ

আজাদি কা অমৃত মহোৎসৱৰ অংশস্বৰূপে ৰঙিয়াবাসী ৰাইজৰ মাজত উখল মাখল পৰিৱেশ (Azadi ka Amrit Mahotsav) ৷ ৰঙিয়াৰ তুলসীবাৰী আৰক্ষীৰ উদ্যোগত চাৰি শতাধিক লোকে অংশগ্ৰহণ কৰে এটা ৰেলীত (People participates in rally organized by police) ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.