ETV Bharat / state

বৰমাত শক্তি বিভাগৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ - বৰমা

বৰমা আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ পৰা বৰজাৰ বিদ্যুৎ উপ সংমণ্ডলৰ কাৰ্যালয়লৈ শতাধিক ছাত্ৰ ছাত্ৰীয়ে এই ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ কৰি অসম চৰকাৰ হায় হায়, শক্তি বিভাগৰ মন্ত্ৰী তপন গগৈ হায় হায়, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল হায় হায় আদি শ্ল’গান দি উত্তাল কৰি তোলে ৰাজপথ ।

বৰমাত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ
author img

By

Published : May 13, 2019, 2:47 PM IST

বৰমা, ১২ মে’: বৰমা আঞ্চলিক ছাত্ৰ সন্থাই এই অঞ্চলত সঘনাই বিদ্যুৎ কৰ্তনৰ বিৰুদ্ধে আৰু নিয়মীয়া বিদ্যুৎ যোগানৰ দাবী তুলি সোমবাৰে এক বৃহৎ প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে ৷

বৰমাত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ

বৰমা আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ পৰা বৰজাৰ বিদ্যুৎ উপ সংমণ্ডলৰ কাৰ্যালয়লৈ শতাধিক ছাত্ৰ ছাত্ৰীয়ে এই ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ কৰি অসম চৰকাৰ হায় হায়, শক্তি বিভাগৰ মন্ত্ৰী তপন গগৈ হায় হায়, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল হায় হায় আদি শ্ল’গান দি উত্তাল কৰি তোলে ৰাজপথ । বৰমাত অনিয়মীয়া যোগানৰ ছাত্ৰ-ছাত্ৰীৰ লগতে স্থানীয় ৰাইজে অসুবিধাৰ সন্মুখীন হৈ আহিছে ৷ তাৰে প্ৰতিবাদত এই কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷

Intro:বিদ্যুত সঘনাই কৰ্তন কৰি থকিৰ প্ৰতিবাদত আজি বৰমা আছুই প্ৰতিবাদী কাৰ্য্যসূচী লৈছে ৷ Body:বৰমা, ১২ মে’
বৰমা আঞ্চলিক ছাত্ৰ সন্থাই বিদ্যুতৰ লুকাভাকৰ বিৰোধ কৰি আজি এক প্ৰতিবাদি কাৰ্য্যসূচী উলিয়ায় ৷ বৰমা আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্য্যালয়ৰ পৰা বৰজাৰ বিদ্যুত উপ সংমণ্ডলৰ কাৰ্য্যালয়লৈ শতাধিক ছাত্ৰ ছাত্ৰীয়ে ধৰ্ণা কাৰ্য্যসূচী অংশগ্ৰহণ কৰি অসম চৰকাৰ হায় হায়, বিদ্যুত বিভাগৰ মন্ত্ৰী তপন গগৈ হায় হায়, মুখ্যমন্ত্ৰী সৰ্বানন্দ সণোৱাল হায় হায় আদি শ্লোগান দি উত্তাল কৰে ৷
বৰমাৰ পৰা দিলীপ বড়ো ৷ Conclusion:বৰমাত বিদ্যুত সঘনাই লুকাভাকু হোৱাৰ ফলত ৰাইজৰ মাজত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ৷ যাৰ ফলত ছাত্ৰ ছাত্ৰীৰ যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে ৷
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.