ETV Bharat / state

তামুলপুৰত নিৰ্বাচনী প্ৰচাৰ চলালে নৰেন্দ্ৰ মোদীয়ে

শনিবাৰে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ চলোৱাৰ বাবে বাক্সাৰ তামুলপুৰত এখন বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । মিত্ৰজোঁট সমৰ্থিত তথা ইউ পি পি এল মনোনীত প্ৰাৰ্থী লেহোৰাম বড়োৰ হৈ প্ৰচাৰ চলায় মোদীয়ে ৷

modis-election-campaign-in-tamulpur
তামুলপুৰত নিৰ্বাচনী প্ৰচাৰ চলালে নৰেন্দ্ৰ মোদীয়ে
author img

By

Published : Apr 3, 2021, 6:03 PM IST

বাক্সা, ৩ এপ্ৰিল: ৰাজ্যত প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ অন্ত পৰাৰ লগে লগে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰত নামি পৰিছে ৰাজনৈতিক দল সমূহ ৷ সমান্তৰালকৈ নিৰ্বাচনৰ এই সময়চোৱাত ৰাজ্যত সঘনাই আগমন ঘটিছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাৰ ৷

তামুলপুৰত নিৰ্বাচনী প্ৰচাৰ চলালে নৰেন্দ্ৰ মোদীয়ে

শনিবাৰে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ চলোৱাৰ বাবে বাক্সাৰ তামুলপুৰত এখন বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । মিত্ৰজোঁট সমৰ্থিত তথা ইউ পি পি এল মনোনীত প্ৰাৰ্থী লেহোৰাম বড়োৰ হৈ প্ৰচাৰ চলাবলৈ আহি মোদীয়ে ভাষণত কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটক তীব্ৰ সমালোচনা কৰে ।

মোদীয়ে নিজৰ ভাষণ কেন্দ্ৰীয় চৰকাৰে বিগত সময়চোৱাত অসমৰ বাবে ৰূপায়ন কৰা বিভিন্ন আঁচনিৰ কথা দোহাৰে ৷ তথা অসমৰ ৰাইজে পুনৰ বিজেপিক আদৰি ল‘ব বুলিও মন্তব্য কৰে ৷

লগতে পঢ়ক: অস্ত্ৰোপচাৰৰ পিছত স্বাস্থ্যৰ উন্নতি ঘটিছে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.