ETV Bharat / state

বাক্সাৰ আদৰ্শ ভোটকেন্দ্ৰক লৈ সন্তুষ্ট ভোটাৰ ৰাইজ - assam election

বাক্সা জিলাৰ 788 টা ভোটকেন্দ্ৰৰ ভিতৰত তামুলপুৰ বিধানসভা সমষ্টিত 2টা, বৰমাত 2টা আৰু চাপাগুৰি বিধানসভা সমষ্টিত 2টা ভোটকেন্দ্ৰকে ধৰি মুঠ 6টা আদৰ্শ ভোট কেন্দ্ৰ স্থাপন কৰা হৈছে ৷ ইপিনে, চাপাগুৰি বিধানসভা সমষ্টিৰ মুছলপুৰস্থিত চৰকাৰী মজলীয়া বিদ্যালয়ত স্থাপিত আদৰ্শ ভোট কেন্দ্ৰত ভোটাৰ সকলে ভোট দিবলৈ আহি নিজৰ সন্তুষ্টি ব্যক্ত কৰে ৷

Model Vote Center at Baksa
বাক্সাৰ আদৰ্শ ভোটকেন্দ্ৰক লৈ সন্তুষ্ট ভোটাৰ ৰাইজ
author img

By

Published : Apr 6, 2021, 3:36 PM IST

বাক্সা, 6এপ্ৰিল : মঙলবাৰে ৰাজ্যৰ 12খন জিলাৰ 40টা সমষ্টিৰ বাবে অনুষ্ঠিত হৈছে তৃতীয় পৰ্যায়ৰ নিৰ্বাচন ৷ এই তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে বাক্সা জিলা প্ৰশাসনে স্থাপন কৰিছে আদৰ্শ ভোটকেন্দ্ৰ ৷ ভোটাৰৰ মন জয় কৰাৰ প্ৰয়াসেৰে জিলাখনৰ তামুলপুৰ, বৰমা আৰু চাপাগুৰি বিধানসভা সমষ্টিত মুঠ ৬ টাকৈ আদৰ্শ ভোটকেন্দ্ৰ স্থাপন কৰিছে প্ৰশাসনে ৷

বাক্সাৰ আদৰ্শ ভোটকেন্দ্ৰক লৈ সন্তুষ্ট ভোটাৰ ৰাইজ

বাক্সা জিলাৰ 788 টা ভোটকেন্দ্ৰৰ ভিতৰত তামুলপুৰ বিধানসভা সমষ্টিত 2টা, বৰমাত 2টা আৰু চাপাগুৰি বিধানসভা সমষ্টিত 2টা ভোটকেন্দ্ৰকে ধৰি মুঠ 6টা আদৰ্শ ভোট কেন্দ্ৰ স্থাপন কৰা হৈছে ৷ ইপিনে, চাপাগুৰি বিধানসভা সমষ্টিৰ মুছলপুৰস্থিত চৰকাৰী মজলীয়া বিদ্যালয়ত স্থাপিত আদৰ্শ ভোট কেন্দ্ৰত ভোটাৰ সকলে ভোট দিবলৈ আহি নিজৰ সন্তুষ্টি ব্যক্ত কৰে ৷ উল্লেখযোগ্য যে, আদৰ্শ ভোটকেন্দ্ৰটো আটকধুনীয়াকৈ সজাই তোলোৰ লগতে ভোটকেন্দ্ৰত হাত ধোৱা, চেনিটাইজেশ্যনৰ উপৰিও জিৰণি লোৱাৰ ব্যৱস্থাও কৰা হৈছে ৷

লগতে পঢ়ক:তৃতীয় পৰ্যায়ত 79,19,641 গৰাকী ভোটাৰে নিৰ্ণয় কৰিব 337 গৰাকী প্ৰাৰ্থীৰ ভাগ্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.