ETV Bharat / state

বৰমাত প্ৰয়াত সাংবাদিক ভৱ মেধিৰ স্মৃতি চাৰণ সভা

author img

By

Published : Sep 4, 2019, 8:31 PM IST

বাক্সা প্ৰেছ ক্লাৱত প্ৰয়াত সাংবাদিক ভৱ মেধিৰ মৃত্যু তিথি পালন ৷ অসমৰ পৰা প্ৰকাশিত কেইবাখনো কাকতত কাম কৰিছিল প্ৰয়াত সাংবাদিক ভৱ মেধিয়ে ৷

Journalist Bhaba Medhi remembered in Barama

বৰমা, 4 ছেপ্টেম্বৰঃ বাক্সা জিলাৰ অন্তৰ্গত বৰমাৰ বিশিষ্ট সাংবাদিক, গল্পকাৰ, সমালোচক প্ৰয়াত ভৱ মেধিৰ পঞ্চম মৃত্যু বাৰ্ষিকী বাক্সা প্ৰেছ ক্লাৱত অনুষ্ঠিত কৰে ৷

বৰমাত প্ৰয়াত সাংবাদিক ভৱ মেধিৰ স্মৃতি চাৰণ সভা

বুধবাৰে পুৱা ৮ বজাত ভৱ মেধিৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে সহধৰ্মিনী গিৰীজা মেধি, সাংবাদিক ধ্ৰুৱ শৰ্মা, প্ৰাক্তন সাংবাদিক অলকেশ ঠাকুৰীয়া আৰু পুত্ৰই ৷ উল্লেখ্য যে অসমৰ পৰা প্ৰকাশিত কেইবাখনো কাকতত কাম কৰিছিল প্ৰয়াত সাংবাদিক ভৱ মেধিয়ে ৷

Intro:বৰমাত ভৱ মেধিৰ ৫ বাৰ্ষিকি সোৱৰণী Body:বাক্সা প্ৰেছ ক্লাৱত প্ৰয়াত সাংবাদিক ভৱ মেধিৰ ৫ বাৰ্ষিক মৃত্যু তিথি পালনঃ
বৰমা,
বাক্সা জিলাৰ অন্তৰ্গত বৰমাৰ বিশিষ্ট সাংবাদিক, গল্পকাৰ, সমালোচক প্ৰয়াত ভৱ মেধীৰ পঞ্চম মৃত্যু বাৰ্ষিকী বাক্সা প্ৰেছ ক্লাৱত অনুষ্ঠিত কৰে ৷
ৰাতিপুৱা ৮ বজাত ভৱা মেধিৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বালন কৰে সহধৰ্মিনী গিৰীজা মেধি, সাংবাদিক ধ্ৰুৱ শৰ্মা, প্ৰাক্তন সাংবাদিক অলকেশ ঠাকুৰীয়া আৰু পুত্ৰই ৷ মাল্যাৰ্পণ কৰে বাক্সা প্ৰেছ ক্লাৱৰ উপদেষ্টা শচীন্দ্ৰ নাৰায়ণ দাসে ৷ সন্ধিয়া বাক্সা প্ৰেছ ক্লাৱৰ সন্মুখত বন্তি প্ৰজ্বলন কৰা হব ৷ উল্লেখ্য যে তেওঁ অসমৰ পৰা প্ৰকাশিত কেইটাওঁ কাকতত সাংবাদিকতাৰ কাম কৰিছিল আৰু তেওঁ কেইবাটাও গল্প আৰু প্ৰৱন্ধ লিখি উলিয়াইছিল ৷
বৰমাৰ পৰা দিলীপ বড়ো ৷ Conclusion:বিশিষ্ট সাংবাদিক, লেখক, সমালোচক ভৱ মেধিৰ ৫ বাৰ্ষিক স্মৃিতি চাৰণ সভাঃ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.