ETV Bharat / state

তামলপুৰ মহকুমাত উলহমালহৰে উদযাপন 74 তম স্বাধীনতা দিৱস

author img

By

Published : Aug 15, 2020, 8:45 PM IST

তামুলপুৰ মহকুমাৰ অন্তৰ্গত গোৰেশ্বৰৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে উদযাপন কৰিৰে দেশৰ 74 তম স্বাধীনতা দিৱস।

independent-day-celebration-at-tamulpur
তামলপুৰ মহকুমাত উলহমালহৰে উদযাপন 74 তম স্বাধীনতা দিৱস

তামুলপুৰ,15 আগষ্টঃ কৰ’ণা ভাইৰাছে জনতাক শনিবাৰৰ দিনটোত শংকিত কৰিব পৰা নাই। জনসাধাৰণে স্বতস্ফুট ভাবে ওলাই আহিছে দেশৰ ৭৪ তম স্বাধীনতা দিৱস উদযাপন কৰিবলৈ। তামুলপুৰ মহকুমাৰ অন্তৰ্গত গোৰেশ্বৰত ৰাইজ ওলাই আহিল বিভিন্ন অনুষ্ঠান প্ৰতিস্থানে আয়োজন কৰা স্বাধীনতা দিৱসৰ কাৰ্যসূচীলৈ।

উল্লেখযোগ্য যে, গোৰেশ্বৰত শনিবাৰে বিভিন্ন দল সংগঠৰ লগতে বিজেপিৰ গোৰেশ্বৰ মণ্ডল সমিতিয়েও দলটোৰ কাৰ্যালয়ৰ সন্মুখত পুৱা ৮ বজাত পতকা উত্তোলন কৰি স্বাধীনতা দিৱস পালন কৰে। মণ্ডৰ বিজেপিৰ সাধাৰণ সম্পাদক সমাৰেন্দ্ৰ শৰ্মাই আতধৰা অনুষ্ঠানত পতাকা উত্তোলন কৰে মণ্ডল বিজেপিৰ সভাপতি ৰনেন্দ‌্ৰ নাৰ্জাৰীয়ে। আনহাতে গোৰেশ্বৰ ৰাজহচক্ৰ বিষয়াৰ কাৰ্যালয়ত চক্ৰ বিষয়া জোনটি ডেকাই অনুষ্টুপীয়াকৈ কাৰ্যলয়টোত স্বাধীনতা দিৱস উদযাপন কৰে।

লগতে পঢ়কঃ ক'ভিড ৰোগীয়ে উদযাপন কৰিলে স্বাধীনতা দিৱস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.