ETV Bharat / state

অসমীয়া ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ ১৮৬ সংখ্যক জন্ম দিৱস উদযাপন

author img

By

Published : Dec 10, 2020, 8:18 PM IST

বৰমাস্থিত শৰৎ চন্দ্ৰ ভাগৱতী মেম’ৰিয়েল জুনিয়ৰ কলেজত অনুষ্ঠিত হয় আধুনিকতাৰ অন্যতম অগ্ৰদূত আৰু যুক্তিবাদী আন্দোলনৰ সৈনিক হেমচন্দ্ৰ বৰুৱাৰ ১৮৬ সংখ্যক জন্ম দিৱস ৷

Hemchandra Baruah's 186th birth anniversary celebrations
অসমীয়া ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ ১৮৬ সংখ্যক জন্ম দিৱস উদযাপন

বাক্সা, ১০ ডিচেম্বৰ : যুগাগ্ৰামী, আধুনিকতাৰ অন্যতম অগ্ৰদূত আৰু যুক্তিবাদী আন্দোলনৰ সৈনিক হেমচন্দ্ৰ বৰুৱাৰ ১৮৬ সংখ্যক জন্ম দিৱস বৰমাস্থিত শৰৎ চন্দ্ৰ ভাগৱতী মেম’ৰিয়েল জুনিয়ৰ কলেজত অনুষ্ঠিত হয় ৷ অসমীয়া ভাষা অসমত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত হেমচন্দ্ৰ বৰুৱাৰ ভূমিকা সম্পৰ্কে আলোকপাত কৰাৰ লগতে অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ কু-প্ৰভাৱৰ বিষয়ে ছাত্ৰ ছাত্ৰীৰ আগত দাঙি ধৰে ৷

নলবাৰী ইলোৰা মঞ্চৰ উদ্যোগত আৰু শৰৎ চন্দ্ৰ ভাগৱতী মেমৰিয়েল জুনিয়ৰ কলেজৰ সহযোগত অনুষ্ঠিত হোৱা হেমচন্দ্ৰ বৰুৱাৰ দিৱসত শিক্ষানুষ্ঠানখনৰ ছাত্ৰ ছাত্ৰী সকলে অংশগ্ৰহণ কৰে ৷

উল্লেখ্য যে, শৰৎ চন্দ্ৰ ভাগৱতী মেম’ৰিয়েল জুনিয়ৰ কলেজৰ অধ্যক্ষ ৰূপম দাসৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত উদ্যেশ্য বাখ্যা কৰে সৰুপেটা বিএইচবি কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ফনীধৰ তালুকদাৰে আৰু হেমচন্দ্ৰ বৰুৱাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰে শৰৎ চন্দ্ৰ ভাগৱতী চানৰাইজ একাডেমিৰ পৰিচালক কৰবি দাস আৰু ডা৹ মনোৰঞ্জন শৰ্মাই ৷

লগতে পঢ়ক: শ্বহীদ স্মাৰকক্ষেত্ৰ নিৰ্মাণৰ শুভাৰম্ভণি কৰিলে মুখ্যমন্ত্ৰী সোণোৱালে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.