ETV Bharat / state

বৰমাত গোলাপ ৰাভা

জিমটো উদ্বোধন কৰি বৰ্তমান সময়ত ৰাজ্যত বহু শৰীৰ চৰ্চাবিদ থকাৰ কথা উল্লেখ কৰি তেওঁলোকক চৰকাৰে গুৰুত্ব দিবলৈ চৰকাৰক আহ্বান জনায় গোলাপ ৰাভাই ৷ উল্লেখ্য যে তেওঁ ২০১৮ চনতো মি: ইউনিভাৰ্চ খিতাপ দখল কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিছিল ৷

বৰমাত উপস্থিত মি: ইউনিভাৰ্চ গোলাপ ৰাভা
author img

By

Published : May 26, 2019, 4:04 PM IST

বাক্সা, ২৬ মেঃ শৰীৰ চৰ্চাত প্ৰো ৱৰ্লড খিতাপ দখল কৰি সমগ্ৰ দেশলৈ গৌৰৱ কঢ়িয়াই অনা অসম সন্তান গোলাপ ৰাভা দেওবাৰে উপস্থিত হয় বাক্সাৰ বৰমাত ৷

বৰমাত উপস্থিত মি: ইউনিভাৰ্চ গোলাপ ৰাভা

বৰমাৰ "দ্যা এডিকচন জিম"ৰ শুভ উদ্ধোধন কৰিলে মি ইউনিভাৰ্চ গোলাপ ৰাভাই । জিমটো উদ্বোধন কৰি বৰ্তমান সময়ত ৰাজ্যত বহু শৰীৰ চৰ্চাবিদ থকাৰ কথা উল্লেখ কৰি তেওঁলোকক চৰকাৰে গুৰুত্ব দিবলৈ চৰকাৰক আহ্বান জনায় গোলাপ ৰাভাই ৷ উল্লেখ্য যে তেওঁ ২০১৮ চনতো মি: ইউনিভাৰ্চ খিতাপ দখল কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিছিল ৷ লগতে শৰীৰ চৰ্চাবিদৰ প্ৰতি চৰকাৰক গুৰুত্ব দিবলৈ আহ্বান জনায় গোলাপ ৰাভাই ৷

লগতে আন এটা বাতৰি- আন্তঃৰাষ্ট্ৰীয় স্তৰত পুনৰ উজলিল অসমীয়া কথাছবি

Intro:বাক্সাৰ বৰমাত মি: ইউনিভাৰ্চ গোলাপ ৰাভাঃBody:বৰমা, ২৬ মে’,
শৰীৰ চৰ্চাত প্ৰো ৱৰ্লড খিতাপ দখল কৰি সমগ্ৰ দেশলৈ গৌৰৱ কঢ়িয়াই অনা অসম সন্তান গোলাপ ৰাভা দেওবাৰে উপস্থিত হয় বাক্সাৰ বৰমাত ৷ বৰমাৰ "ড্যা এডিকচন জিম"ৰ শুভ উদ্ধোধন কৰি মি ইউনিভাৰ্চ গোলাপ ৰাভাই নিজকে বহুত গৌৰৱ অনুভৱ কৰে ৷ তেও বৰ্তমান সময়ত ৰাজ্যত বহু শৰীৰ চৰ্চাবিদ থকাৰ কথা উল্লেখ কৰি তেওলোকক চৰকাৰে গুৰুত্ব দিবলৈ চৰকাৰক আহ্বান জনায় গোলাপ ৰাভাই ৷ শৰীৰ চৰ্চাবিদ গোলাপ ৰাভাৰ পৰৱৰ্তী লক্ষ্য মি: অলিম্পীয়া হোৱাৰ ৷ সেয়েহে তেনে ক্ৰীড়া ক্ষেত্ৰত যোগদান কৰিবলৈ তেওৰ প্ৰয়োজন হৱ যথেষ্ট অৰ্থৰ ৷ তেনেক্ষেত্ৰত চৰকাৰৰ পৰা কিছু সহায় লাভ কৰিলে পুনৰ দেশলৈ গৌৰৱ কঢ়য়াই আনাৰ কাৰণে দৃঢ় বিশ্বাসী বুলি মন্তব্য কৰে গোলাপ ৰাভাই ৷
উল্লেখ্য যে তেও ২০১৮ চনতো মি: ইউনিভাৰ্চ খিতাপ দখল কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিছিল ৷
বৰমাৰ পৰা দিলীপ বড়ো ৷
Conclusion:শৰীৰ চৰ্চাবিদৰ প্ৰতি চৰকাৰক গুৰুত্ব দিবলৈ আহ্বান গোলাপ ৰাভাৰ ৷
বাইটঃ গোলাপ ৰাভা, বিশ্ব শৰীৰ চৰ্চাবিদ ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.