ETV Bharat / state

হিংস্ৰ পত্নী! তামুলপুৰত পত্নীৰ দাৰ ঘাপত মৃত্যু স্বামীৰ

শুৱাগপুৰৰ শহুৰেকৰ ঘৰত মৃত্যুক সাৱটিলে জোঁৱায়েকে ৷ পাৰিবাৰিক সংঘাতৰ পৰিণতিত পত্নীয়ে হত্যা কৰিলে স্বামীক ৷

শুৱাগপুৰত কালৰূপী পত্নী
author img

By

Published : May 5, 2019, 4:23 PM IST

তামুলপুৰ,৫ মে' : শুৱাগপুৰৰ শহুৰেকৰ ঘৰত হত্যাৰ বলি জোঁৱায়েক ৷ তামুলপুৰৰ শুৱাগপুৰত পত্নীৰ দাৰ ঘাপত স্বামীৰ মৃত্যু। জানিব পৰামতে বহু দিন ধৰি পাৰিবাৰিক সংঘাত হৈ থকাৰ ফলতেই সংঘটিত হয় এই হত্যাকাণ্ড । পত্নী জোনালী কুমাৰে দাৰে ঘপিয়াই হত্যা কৰে স্বামী দুৰ্লভ কলিতাক । হত্যাৰ পাছতেই হত্যাকাৰী পত্নী জোনালী কুমাৰে আত্মসমৰ্পণ কৰে শুৱাগপুৰ আৰক্ষী চকীত । শনিবাৰে নিশা শুৱাগপুৰৰ শহুৰেকৰ ঘৰলৈ আহিছিল ৷

শুৱাগপুৰত কালৰূপী পত্নী

দুটা সন্তানৰ পিতৃ দুৰ্লভ কলিতাই আঠ বছৰ পূৰ্বে জোনালী কুমাৰৰ সৈতে সংসাৰৰ পাতনি মেলিছিল যদিও বিয়াৰ দুবছৰ মান পাচৰে পৰা আৰম্ভ হৈছিল পাৰিবাৰিক সংঘাত । পাৰিবাৰিক সংঘাতৰ বাবে পত্নীয়ে বিগত ছমাহৰ পৰা মাতৃগৃহত আছিল । অভিযোগ অনুসৰি স্বামী দুৰ্লভ কলিতাই শহুৰেকৰ ঘৰতো গৈ জোনালী কুমাৰক অত্যাচাৰ কৰিছিল । শনিবাৰে নিশাও স্বামী দুৰ্লভ কলিতা শহুৰৰ ঘৰত উপস্থিত হৈ পত্নীৰ সৈতে কাজিয়াত লিপ্ত হয় । পত্নীয়ে খঙত হিতাহিত জ্ঞান হেৰুৱাই স্বামীক ৰ'ড আৰু দাৰে প্ৰহাৰ কৰি হত্যা কৰে । ইফালে নিশাই ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় আৰু দুৰ্লভ কলিতাৰ মৃতদেহ আৰক্ষী চকীলৈ আনি দেওবাৰে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।লগতে হত্যাকাৰী জোনালী কুমাৰক বৰ্তমান গোৰেশ্বৰ আৰক্ষীৰ জিম্মাত ৰাখিছে ।

Intro:তামুলপুৰৰ শুৱাগপুৰত পত্নীৰ দাৰ ঘাপত স্বামী ৰ মৃত্যু।
বহু দিন ধৰি পাৰিবাৰিক সংঘাত হৈ থকাৰ ফলতেই এই হত্যা কাণ্ড।
হত্যা কাৰী পত্নী জোনালী কুমাৰৰ শুৱাগপুৰ আৰক্ষী চকীত আত্মসমৰ্পণ।Body:তামুলপুৰ,৫/৫/২০১৯
তামুলপুৰৰ শুৱাগপুৰ ত পত্নীয়ে প্ৰাণ ললে স্বামীৰ।বহুদিন সংঘটিত হৈ থকা পাৰিবাৰিক সংঘাতৰ ফলতে পত্নী জোনালী কুমাৰে দা ৰে উপৰ্য্যুপৰি ঘপিয়াই হত্যা কৰে স্বামী দুৰ্লভ কলিতাক।
তথ্য মতে ৪মে ৰ নিশা শহুৰৰ ঘৰলৈ আহি মৃত্যু ক সাৱটি লে দুৰ্লভ কলিতাই।দুটা সন্তানৰ পিতৃ দুৰ্লভ কলিতাই আঠ বছৰ আগতে জোনালী কুমাৰৰ সৈতে সংখ্যাৰ পতি জীৱন জাপন কৰিছিল যদিও বিয়াৰ দুবছৰ মান পিছৰে পৰা আৰম্ভ হৈছিল পৰিবাৰিক সংঘাত।এই পৰিবাৰিক সংঘাতৰ বাবে পত্নীয়ে ছয়টা মাহ মাতৃৰ গৃহত আছে অভিযোগ অনুসৰি স্বামীয়ে শহুৰৰ ঘৰতো গৈ জোনালী কুমাৰক অত্যাচাৰ কৰে।৪মে শনিবাৰে নিশা ও স্বামী দুৰ্লভ কলিতা শহুৰৰ ঘৰত উপস্থিত হৈ পত্নীৰ সৈতে কাজিয়া ত লিপ্ত হয়।পত্নীয়ে খঙত হিতাহিত জ্ঞান হেৰুৱাই স্বামীক ৰদ আৰু দা ৰে প্ৰহাৰ কৰি হত্যা কৰে।জোনালী কুমাৰে নিশাই শুৱাগপুৰ আৰক্ষী চকীত আত্মসমৰ্পণ কৰি হত্যা কাণ্ড সংঘটিত কৰাৰ কথা স্বীকাৰ কৰে।ঘটনা স্থলীত আৰক্ষী উপস্থিত হৈ নিশাই দুৰ্লভ কলিতাৰ মৃত দেহ আৰক্ষী চকীলৈ আনি আজি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
হত্যা কাৰী জোনালী কুমাৰ বৰ্তমান গোৰেশ্বৰ আৰক্ষী ৰ জিম্নাত ৰাখি ঘটনা সম্পৰ্কে অধিক সোধা পোত কৰি আছে।
৫/৫/২০১৯,
তামুলপুৰৰ পৰা দ্বীপেন শৰ্মা,ETV Bharat Assam.Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.