ETV Bharat / state

বাক্সাৰ কুমাৰীকাটাত বিপিএফৰ নিৰ্বাচনী কাৰ্যালয় মুকলি

বুধবাৰে পুৱা দহ বজাত বিজেপি আৰু অগপৰ সমৰ্থিত কোকৰাঝাৰ লোকসভা সমষ্টিৰ বিপিএফ দলৰ মনোনীত প্ৰাৰ্থী প্ৰমিলা ৰাণী ব্ৰহ্মৰ নিৰ্বাচনী প্ৰচাৰৰ কাৰ্যালয়টো মুকলি কৰে অগপ দলৰ নেতা দুলাল দাসে

author img

By

Published : Apr 10, 2019, 1:20 PM IST

বাক্সাৰ কুমাৰীকাটাত বিপিএফৰ নিৰ্বাচনী কাৰ্য্যালয় মুকলি

বাক্সা, 10 এপ্ৰিলঃ বাক্সাৰ কুমাৰীকাটাত বিপিএফৰ নিৰ্বাচনী কাৰ্যালয় মুকলি ৷ বুধবাৰে পুৱা দহ বজাত বিজেপি আৰু অগপৰ সমৰ্থিত কোকৰাঝাৰ লোকসভা সমষ্টিৰ বিপিএফ দলৰ মনোনীত প্ৰাৰ্থী প্ৰমিলা ৰাণী ব্ৰহ্মৰ নিৰ্বাচনী প্ৰচাৰৰ কাৰ্যালয়টো মুকলি কৰে অগপ দলৰ নেতা দুলাল দাসে ৷ বাক্সাৰ দৰঙাজুলী সমষ্টিৰ ব্লক কাৰ্যালয়টোৰ মুকলি অনুষ্ঠানত উপস্থিত থাকে স্থানীয় বিধায়ক ইমানুৱেল মুছাহাৰী ৷ 26নং দৰঙাজুলী সমষ্টিৰ বিটিচিৰ পৰিষদীয় সদস্য বিজিৎ গৌৰা নাৰ্জাৰী, বিটিচিৰ মনোনীত সদস্য বাসুদেৱ উপাধ্যায়ৰ লগতে উপস্থিত থাকে দৰঙাজুলী সমষ্টিৰ বিপিএফ দলৰ বিভিন্ন পৰ্যায়ৰ নেতা কৰ্মীসকল ৷

বাক্সাৰ কুমাৰীকাটাত বিপিএফ দলৰ নিৰ্বাচনী সমিতিৰ কাৰ্য্যালয় ।

১০ এপ্ৰিল বুধবাৰে পুৱা ১০ বজাত বিজেপি আৰু এ জে পিৰ সমৰ্থীত বি পি এফ দলৰ মনোনীত প্ৰাৰ্থী প্ৰমিলা ৰাণী ব্ৰহ্মৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় মুকলি কৰে । বাক্সা জিলাৰ ২৬ নং দৰঙাজুলী সমষ্টিৰ ব্লকৰ কাৰ্যালয়টো কুমাৰীকাটাত বজাৰ জালাহ ৰোড়ত মুকলি কৰে । নিৰ্বাচনী কাৰ্য্যালয়টো শুভাৰম্ভ কৰি মুকলি কৰে এজেপি দলৰ নেতা দুলাল দাস দেৱে । কাৰ্যালয়টো মুকলি অনুষ্ঠানত উপস্থিত থাকে স্থানীয় বিধায়ক ইমানুৱেল মুছাহাৰী, ২৬ নং দৰঙাজুলী সমষ্টিৰ বিটিচিৰ পৰিষদীয় সদস্য বিজিৎ গৌৰা নাৰ্জাৰী আৰু বিটিচিৰ মনোনীত সদস্য বাসুদেৱ উপাধ্যায়ৰ লগতে দৰঙাজুলী সমষ্টিৰ বি পি এফ দলৰ বিভিন্ন পৰ্যায়ৰ নেতা কৰ্মীয়ে উপস্থিত থাকি কাৰ্যালয়ৰ মুকলি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.