ETV Bharat / state

বড়ো ছবি 'চিনাইথি' দ্যা আইডেনটিটি ৰ শুভমুক্তি

বাক্সাৰ বৰমাৰ ডাৰ্ক হৰ্স মেডিয়াৰ প্ৰথম নিবেদন বড়ো ভাষাৰ ছবি  'চিনাইথি' দ্যা আইডেনটিটি 15 চেপ্তেম্বৰত মুক্তি লাভ কৰে

বড়ো ছবি 'চিনাইথি' দ্যা আইডেনটিটি ৰ শুভমুক্তি
author img

By

Published : Sep 16, 2019, 7:21 PM IST

বৰমা, ১৬ ছেপ্তেম্বৰঃ মুক্তি পালে বড়ো ভাষাৰ ছবি 'চিনাইথি' দ্যা আইডেনটিটি ৷ বাক্সাৰ বৰমাৰ ডাৰ্ক হৰ্স মেডিয়াৰ প্ৰথম নিবেদন বড়ো ভাষাৰ ছবি 'চিনাইথি' দ্যা আইডেনটিটি 15 চেপ্তেম্বৰত মুক্তি লাভ কৰে ৷ ছবিখন উদ্বোধন কৰে বড়ো সাহিত্য সভাৰ উপ সভাপতি কমলাকান্ত মুছাহাৰীয়ে ।

বড়ো ছবি 'চিনাইথি' দ্যা আইডেনটিটি ৰ শুভমুক্তি

আৰু পঢ়কঃ- মুক্তি বাবে অপেক্ষাৰত বড়ো ছবি "চিনাইথি" দ্যা আইডেনটিটি

ছবি উদ্বোধনী অনুষ্ঠানত কন্ঠশিল্পী বিৰাজ মুছাহাৰী, গীতাশ্ৰী ৰামছিয়াৰী, জোনালী ৰামছিয়াৰী আৰু বিৰখাং ব্ৰহ্মই গীত পৰিবেশন কৰাৰ লগতে ফুজি বসুমতাৰী, ৰণ নাৰ্জাৰী, ৰিংকুমণি ব্ৰহ্ম, মেন্দেলা, থাখ্লা উপস্থিত থাকে ৷

Intro:বড়ো তথ্যচিত্ৰ চিনাইথিৰ শুভমুক্তিBody:বড়ো ছবি " চিনাইথি " " দ্যা আইডেনটিটি " ৰ শুভ মুক্তি (১৫ ছেপ্তেম্বৰ) ।
——————————

বৰমা, ১৬ চেপ্তেম্বৰঃ
বাক্সা জিলাৰ বৰমাৰ ডাৰ্ক হৰ্স মেডিয়াৰ প্ৰথম নিবেদন বড়ো ভাষাৰ ছবি " চিনাইথি " " দ্যা আইডেনটিটি " ১৫ ছেপ্তেম্বৰত বাক্সা জিলাৰ বৰমা উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত মুক্তি দিয়া হ'য় ৷ ছবিখন উদ্বোধন কৰে বড়ো সাহিত্য সভাৰ উপ সভাপতি কমলাকান্ত মছাহাৰীয়ে । উক্ত ছবি উদ্বোধনী সভাত কন্ঠশিল্পী বিৰাজ মছাহাৰী, গীতাশ্ৰী ৰামছিয়াৰী, জোনালী ৰামছিয়াৰী আৰু বিৰখাং ব্ৰহ্ম সকলে গীত পৰিবেশন কৰাৰ লগতে ফুজি বসুমতাৰী, ৰণ নাৰ্জাৰী, ৰিংকুমণি ব্ৰহ্ম, মেন্দেলা, থাখ্লাই সকলে উপস্থিত থাকে ৷ সঞ্জীৱ বড়োই চিত্ৰগ্ৰহণ কৰা ছবিখনত নৃত্য নিৰ্দেশনাৰ দায়িত্বত আছে নিকোদিম নাৰ্জাৰীয়ে ৷ সুলেন মোছাহাৰীয়ে লিখা ছবিখনক সম্পাদনা কৰিছে অনসুমা বসুমতাৰী আৰু দানিয়াল স্বৰ্গীয়াৰীয়ে ৷ সংগীত পৰিচালনাৰ দায়িত্বত থকা ছবিখনত কন্ঠদান কৰিছে বিৰাজ মোছাহাৰী, গীতাশ্ৰী ৰামছিয়াৰী, জনালী স্বৰ্গীয়াৰী আৰু বিৰখাং ব্ৰহ্মই ৷ ছবিৰ অভিনেতা- অভিনেত্ৰীসকল ৰংজালু ( ৰণ) নাৰ্জাৰী, ফুজি বসুমতাৰী, কমলেশ্বৰ বসুমতাৰী, ৰিংকুমণি নাৰ্জাৰী, মিনু লাহাৰী, থাখ্লাই, মেন্দেলা, ৰুমি বসুমতাৰী, ফাখন আৰু বিৰখাং ৷ ছবিৰ প্ৰযোজক অনসুমা বসুমতাৰী আৰু দানিয়াল স্বৰ্গীয়াৰীৰ ৷ শুভ অনুস্থানত উপস্থিত থাকে পৰিষদীয় সমষ্টিৰ ই,এম, অনসুমৈ খুংগুৰ বড়ো, বাক্সা জিলা বড়ো সাহিত্য সভাৰ সভাপতি/সম্পাদকৰ লগতে বিষয়ববীয়া,বড়ো ফিল্মছ এছচিয়েচনৰ সম্পাদক দিপক কুমাৰ বসুমতাৰীৰ লগতে কলা কুশলী সকল ৷
বাইটঃ কমলাকান্ত মুছাহাৰী (বড়ো সাহিত্য সভাৰ উপ সভাপতি) ৷
বৰমাৰ পৰা দিলীপ কুমাৰ বড়ো ৷ Conclusion:বড়ো ভাষাৰ তথ্যচিত্ৰ সমুহক ৰাইজে আকোৱালী লোৱাৰ কাৰণে আহ্বানঃ কমলাকান্ত মুছাহাৰীৰ( বড়ো সাহিত্য সভাৰ উপ সভাপতি)
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.