ETV Bharat / state

বৰমাত ১০০ ফুট উচ্চতাৰ ৰাৱণ দাহ - মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামী

বাক্সাৰ বৰমাত ১০০ ফুট উচ্চতাৰ ৰাৱণ দাহ । মুখ্য অতিথি হিচাপে উপস্থিত থাকে মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামী আৰু সাংসদ নৱ কুমাৰ শৰণীয়া ৷

বৰমাত ১০০ ফুট উচ্চতাৰ ৰাৱণ দাহন
author img

By

Published : Oct 8, 2019, 9:02 PM IST

বৰমা, ৮ অক্টোবৰঃ সমগ্ৰ ৰাজ্যৰ লগতে বাক্সাতো উদযাপন কৰা হয় দচেৰা উৎসৱ ৷ বৰমাৰ মৰা পাগলাদিয়া নৈৰ পাৰত হেজাৰ হেজাৰ ভক্তৰ উপস্থিতিত বিসৰ্জন দিয়া হয় দেৱী দুৰ্গাক ৷ ইয়াৰ পিচতে ৮৬ সংখ্যক বৰমা বাৰোৱাৰী দুৰ্গা পূজাৰ লগত সংগতি ৰাখি উদযাপন কৰা হয় ৰাৱণ দাহন কাৰ্যসূচী ৷ মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামীয়ে উদ্বোধন কৰা ১০০ ফুট উচ্চতাৰ ৰাৱনক সাংসদ নৱ কুমাৰ শৰণীয়াই ধনুকাড়েৰে ৰাৱনৰ মুৰ্তিত অগ্নিসংযোগ কৰে ৷

বৰমাত ১০০ ফুট উচ্চতাৰ ৰাৱণ দাহন

ইপিনে এই কাৰ্যসূচীত উপস্থিত থাকি মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামীয়ে আমাৰ সমাজৰ পৰা অশুভ শক্তিৰ বিদায় দিয়াৰ কাৰণে প্ৰতিকী ৰূপত ৰাৱনক জ্বলাই দিয়া হয় বুলি উল্লেখ কৰে ৷ তেওঁ লগতে প্ৰদুষণ মুক্ত দেশ গঢ়াৰ কাৰণে প্ৰধানমন্ত্ৰীয়ে বহু পদক্ষেপ গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি ৰাৱন দাহনত ব্যৱহৃত আতচবাজীৰ পৰা হ'ব পৰা প্ৰদূষণ ৰোধ কৰাৰ ক্ষেত্ৰটো পদক্ষেপ গ্ৰহণৰ ইংগিত দিয়ে ৷ ৰাৱণ দাহন কাৰ্যসূচীত বাক্সাৰ উপায়ুক্ত ভাস্কৰ পেগু, জিলা আৰক্ষী অধিক্ষক থুবে প্ৰতীক বিজয়, বৰমা ৰাজহ চক্ৰ বিষয়া চাইফুদৌলাহ খানকে ধৰি বহু লোক উপস্থিত থাকে ৷

Intro:বৰমাত ৰাৱন দাহনBody:বাক্সাৰ বৰমাত ১০০ ফুট উচ্চতাৰ ৰাৱন দাহ । মুখ্য অতিথি মুখ্যমন্ত্ৰী প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামী আৰু সাংসদ নৱ কুমাৰ শৰণীয়াঃ
বৰমা, ৮ অক্টোবৰঃ
সমগ্ৰ ৰাজ্যৰ লগতে বাক্সা জিলাতো উদযাপন কৰা হয় দচেৰা উৎসৱ ৷ বৰমা মৰাপাগলা দিয়া নৈৰ পাৰত হেজাৰ হেজাৰ ভক্তৰ উপস্থিতিত বিষৰ্সন দিয়া হয় মা দুৰ্গাক ৷ ইয়াৰ পিচতে ৮৬ সংখ্যক বৰমা বৰোৱাৰী দুৰ্গা পুজাৰ লগত সংগতি ৰাখি উদযাপন কৰা হয় ৰাৱন দাহন কাৰ্য্যসুচী ৷ মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামীয়ে উদ্ধোধন কৰা ১০০ ফুট উচ্চতাৰ ৰাৱনক সাংসদ নৱ কুমাৰ শৰণীয়াই ধনুকাড়েৰে ৰাৱনৰ মুৰ্তিত অগ্নিসংযোগ কৰে ৷ দচেৰা উৎসৱ থলীত বিভিন্ন ৰং বিৰংঙৰ আতচবাজি ফুটাই আলোকিত কৰে সন্ধিয়াৰ আকাশ ৷ ৰাৱন দাহন কাৰ্যসুচীত উপস্থিত থাকি মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামীয়ে আমাৰ সমাজৰ পৰা অসুভ শক্তিৰ বিদায় দিয়াৰ কাৰনে প্ৰতিকী ৰূপত ৰাৱনক জ্বলাই দিয়া হয় বুলি উল্লেখ কৰে ৷ তেও লগতে প্ৰদুষন মুক্ত দেশ গঢ়াৰ কাৰনে প্ৰধানমন্ত্ৰী বহু পদক্ষেপ গ্ৰহন কৰিছে বুলি উল্লেখ কৰি ৰাৱন দাহনত ব্যৱহৃত আতচ বাজিৰ পৰা হব পৰা প্ৰদূষন ৰোধ কৰাৰ ক্ষেত্ৰটো পদক্ষেপ গ্ৰহনৰ ইংগিত দিয়ে মুখ্যমন্ত্ৰী প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামীয়ে ৷ ৰাৱণ দাহন কাৰ্য্যসুচীত বাক্সা জিলাৰ উপায়ুক্ত ভাস্কৰ পেগু, জিলা আৰক্ষী অধিক্ষক থুবে প্ৰতীক বিজয়, বৰমা ৰাজহ চক্ৰ বিষয়া চাইফুদৌলাহ খানকে ধৰি বহু গণ্য মাণ্য বেক্তি উপস্থিত থাকে ৷
বাইট --- হৃষিকেশ গোস্বামী, মুখ্যমন্ত্ৰী প্ৰেছ উপদেষ্টা ৷
বৰমাৰ পৰা দিলীপ বড়ো ৷ Conclusion:বৰমাত ৰাৱন দাহন
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.