বাক্সা,7জুলাইঃ ৰাজ্যত জাপানীজ এনকেফেলাইটিজে ভয়ানক ৰূপ ধাৰণ কৰাৰ পিছত এইবাৰ ছোৱাইন ফ্লুত আক্ৰান্ত হৈ মৃত্যুক আকোৱালি ল'লে বাক্সাৰ এজন ব্যৱসায়ীয়ে ৷ বাক্সাৰ তামুলপুৰ মহকুমাৰ ভকতপাৰ গাঁও নিবাসী ভগৱান প্ৰসাদৰ নাৰায়ণা হাস্পতালত চিকিৎসাধীন অৱস্থাতে মৃত্যু ঘটে । যোৱা ১ জুলাইত লোকজন গুৰুতৰ ভাৱে অসুস্থ হোৱাত গুৱাহাটীস্থিত নাৰায়না হাস্পতাললৈ চিকিৎসাৰ বাবে লৈ যোৱা হয় যদিও চিকিৎসা চলি থকাৰ সময়তে তেওঁৰ মৃত্যু হয় ।
বাক্সাত ছোৱাইন ফ্লুত আক্ৰান্ত হৈ 1 জনৰ মৃত্যু
ৰাজ্যত জাপানীজ এনকেফেলাইটিজ পিছত এইবাৰ ছোৱেন ফ্লুত আক্ৰান্ত হৈ ব্যৱসায়ীৰ মৃত্যু ৷ গুৱাহাটীস্থিত নাৰায়না হাস্পতালত চিকিৎসা চলি থকাৰ সময়তে তেওঁৰ মৃত্যু হয় লোকজনৰ ।
বাক্সাত ছোৱাইন ফ্লুত আক্ৰান্ত হৈ 1 জনৰ মৃত্যু
বাক্সা,7জুলাইঃ ৰাজ্যত জাপানীজ এনকেফেলাইটিজে ভয়ানক ৰূপ ধাৰণ কৰাৰ পিছত এইবাৰ ছোৱাইন ফ্লুত আক্ৰান্ত হৈ মৃত্যুক আকোৱালি ল'লে বাক্সাৰ এজন ব্যৱসায়ীয়ে ৷ বাক্সাৰ তামুলপুৰ মহকুমাৰ ভকতপাৰ গাঁও নিবাসী ভগৱান প্ৰসাদৰ নাৰায়ণা হাস্পতালত চিকিৎসাধীন অৱস্থাতে মৃত্যু ঘটে । যোৱা ১ জুলাইত লোকজন গুৰুতৰ ভাৱে অসুস্থ হোৱাত গুৱাহাটীস্থিত নাৰায়না হাস্পতাললৈ চিকিৎসাৰ বাবে লৈ যোৱা হয় যদিও চিকিৎসা চলি থকাৰ সময়তে তেওঁৰ মৃত্যু হয় ।
Intro:ৰাজ্যত জাপানীজ এনকেফেলাইটিজ পিছত এইবাৰ ছোৱেন ফ্লুত আক্ৰান্ত হৈ ব্যৱসায়ীৰ মৃত্যুBody:ৰাজ্যত জাপানীজ এনকেফেলাইটিজে ভয়ানক ৰূপ ধাৰণ কৰাৰ পিছত এইবাৰ ছোৱেন ফ্লুত আক্ৰান্ত হৈ মৃত্যুক আকোৱালী ললে বাক্সাৰ এগৰাকী ব্যৱসায়ীয়ে ৷ বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত ভকতপাৰ গাঁঁও নিবাসী ভগৱান প্ৰসাদৰ যোৱা ৩ জুলাইত নাৰায়ণা হস্পিতালত চিকিৎসাধীন অৱস্থাতে মৃত্যুক আকোৱালী হৈছিল । তামুলপুৰ ঘগ্ৰাচকৰ জ্যেষ্ঠ ব্যৱসায়ী ভগৱান প্ৰসাদে বহুবছৰ ধৰি গেলামাল দোকানেৰে ব্যৱসায় চলাই পৰিয়ালটো পোহপাল দি আছিল যদিও কিছুদিন ধৰি তেওঁঁ অসুখত ভুগি আছিল ৷ কিন্তু যোৱা ১ জুলাইত তেওঁঁ গুৰুতৰ ভাৱে অসুস্থ হোৱাত গুৱাহাটীস্থিত আমিনগাওঁঁৰ নাৰায়না হস্পিতাললৈ তেওঁঁক চিকিৎসাৰ বাবে লৈ যোৱা হয় যদিও চিকিৎসা চলি থকাৰ সময়তে তেওঁঁৰ মৃত্যু হয় ।Conclusion: কিন্তু নাৰায়না হস্পিতালে প্ৰদান কৰা মৃত্যুৰ প্ৰমাণ পত্ৰত ছোৱেন ফ্লুত আক্ৰান্ত হৈ মৃত্যু হোৱা বুলি উল্লেখ কৰে। জানিব পৰা মতে ব্যৱসায়ীগৰাকী এইচ ১ এন ১ ভাইৰাচত আক্ৰান্ত হৈছিল ৷ আজি সমগ্ৰ ঘটনাটো পোহৰলৈ অহাত এতিয়া সমগ্ৰ তামুলপুৰ মহকুমাতে এক আতংকৰ সৃষ্টি হয়।
বাইট---
Ajit Rabha Baksa
ETV Bharat Assam
বাইট---
Ajit Rabha Baksa
ETV Bharat Assam