ETV Bharat / state

বাক্সাৰ গোৰেশ্বৰত পুনৰ COVID-19 ত আক্ৰান্ত 4 জন

author img

By

Published : Jun 13, 2020, 1:38 PM IST

বাক্সাৰ গোৰেশ্বৰত পুনৰ COVID-১৯ ত আক্ৰান্ত ৪ জন । মুম্বাইৰ পৰা আহি উপস্থিত হৈছিল লোককেইজন ৷

4 more COVID-19 positive patient in Baksa
বাক্সাৰ গোৰেশ্বৰত পুনৰ COVID-19 ত আক্ৰান্ত 4 জন

বাক্সা, 13 জুন : দেশৰ লগতে অসমতো কৰ'ণা ভাইৰাছে ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৷ বাক্সাৰ গোৰেশ্বৰতো প্ৰতিদিনে বাঢ়িছে কৰ'ণা ৰোগীৰ সংখ্যা ৷ শনিবাৰে 4 জনৰ দেহত ধৰা পৰিছে COVID-19 ৰ অৱস্থিতি ৷

সম্প্ৰতি গোৰেশ্বৰত 12 জনলৈ বৃদ্ধি পাইছে কৰ'ণা আক্ৰান্তৰ সংখ্যা ৷ আজি কৰ'ণাত আক্ৰান্তসকল হৈছে ক্ৰমে মহৰিপাৰা আলেকজাৰিৰ ধনজিৎ দাস (24) আৰু ৰঞ্জিত দাস (25) আৰু নিজ বেতনা বামুনখাটৰ গকুল বড়ো (21) আৰু দাহাল বড়ো (23) ৷ তেওঁলোক মুম্বাইত কৰ্মৰত আছিল ৷

উল্লেখ্য যে, আক্ৰান্ত নিজ বেতনা বামুনখাটৰ গকুল বড়ো (21) আৰু দাহাল বড়োয়ে (23) গোৰেশ্বৰৰ পৰা পুৱ কামৰূপ মধ্য ইংৰাজী বিদ্যালয়ৰ কোৱাৰাণ্টাইন কেন্দ্ৰলৈ বেটাৰী গাড়ীৰে গৈ উপস্থিত হৈছিল ৷

আৰু পঢ়ক : ডেহৰাডুনত IMA ৰ পাছিং আউট পেৰেড সম্পন্ন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.