স্পৰ্টছ ডেস্ক, ১২ মে': মেদ্ৰিদ অ'পেনৰ ছেমি ফাইনেলত স্থান লাভ ড'মিনিক থীমৰ । ফেডেৰৰক পৰাস্ত কৰি ছেমি ফাইনেলত স্থান সুনিশ্চিত কৰে থীমে । এক সংঘৰ্ষপূৰ্ণ মেচত ৩-৭, ৭-৬ (১৩-১১) ৬-৪ ছেটত জয় লাভ কৰে থীমে । এতিয়া ছেমি ফাইনেলত জ'ক'ভিজৰ বিৰুদ্ধে যুঁজত অৱতীৰ্ণ হয় ড'মিনিক থীম ।
মেদ্ৰিদ অ'পেন: থীমৰ হাতত পৰাস্ত ফেডেৰৰ - ৰ'জাৰ ফেডেৰৰ
মেদ্ৰিদ অ'পেনৰ কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত ছুইজাৰলেণ্ডৰ তাৰকা টেনিছ খেলুৱৈ ৰ'জাৰ ফেডেৰৰ । থীমৰ হাতত ৩-৭, ৭-৬ (১৩-১১) ৬-৪ ছেটত পৰাস্ত হৈ টুৰ্ণামেণ্টৰ পৰা বাহিৰ হয় ফেডেৰৰ ।

মেদ্ৰিদ অ'পেন: থীমৰ হাতত পৰাস্ত ফেডেৰৰ
স্পৰ্টছ ডেস্ক, ১২ মে': মেদ্ৰিদ অ'পেনৰ ছেমি ফাইনেলত স্থান লাভ ড'মিনিক থীমৰ । ফেডেৰৰক পৰাস্ত কৰি ছেমি ফাইনেলত স্থান সুনিশ্চিত কৰে থীমে । এক সংঘৰ্ষপূৰ্ণ মেচত ৩-৭, ৭-৬ (১৩-১১) ৬-৪ ছেটত জয় লাভ কৰে থীমে । এতিয়া ছেমি ফাইনেলত জ'ক'ভিজৰ বিৰুদ্ধে যুঁজত অৱতীৰ্ণ হয় ড'মিনিক থীম ।
Last Updated : May 12, 2019, 2:10 PM IST