ETV Bharat / sports

তালাপত কিক্-বক্সিং প্ৰতিযোগিতা

তালাপ কিক্-বক্সিং একাডেমীৰ সৌজন্যত অনুষ্ঠিত কৰা হয় কিক-বক্সিং প্ৰতিযোগিতা ৷ এই প্ৰতিযোগিতাৰ অন্তিমটো দিনত দেওবাৰে বিতৰণ কৰা হয় বঁটা ৷

তালাপত কিক-বক্সিং প্ৰতিযোগিতা
author img

By

Published : Apr 28, 2019, 6:40 PM IST

ডুমডুমা, 28 এপ্ৰিলঃ তালাপ কিক্-বক্সিং একাডেমীৰ সৌজন্যত অনুষ্ঠিত হোৱা কিক-বক্সিং প্ৰতিযোগিতাৰ দেওবাৰে অন্তিমটো দিনত বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত কৰে একাডেমীটোৱে ।

তালাপত কিক-বক্সিং প্ৰতিযোগিতা

ইয়াৰ পূৰ্বে প্ৰায় এমাহ জোৰা কিক-বক্সিঙৰ এক সজাগতা তথা অনুশীলন কেম্প অনুষ্ঠিত কৰি একাডেমীটোৱে অনুশীলন কেম্পত অংশগ্ৰহণ কৰা প্ৰশিক্ষণপ্ৰাপ্ত খেলুৱৈ সকলৰ মাজত এক প্ৰতিযোগিতা অনুষ্ঠিত কৰে । প্ৰশিক্ষণত তালাপ, ৰূপাই-চাইডিং, ডুমডুমা, ধলা, কাকপথাৰ অদিৰ যুৱক-যুৱতী সকলে প্ৰশিক্ষণ গ্ৰহণ কৰে । দেওবাৰে বঁটা বিতৰণী অনুষ্ঠানত তিনিচুকীয়া জিলা কিক্-বক্সিং ফেডাৰেচনৰ মুখ্য উপদেষ্টা বীৰেণ কৈৰী উপস্থিত থাকে ।

Intro:তালাপ কিক-বক্সিং একাডেমীৰ সৌজন্যত অনুষ্ঠিত হোৱা কিক-বক্সিং প্ৰতিযোগিতাৰ আজি বটাঁ বিতৰণী অনুষ্ঠান অনুষ্ঠিত কৰে একাডেমীয়ে।Body:Date: 28-04-2019

Story: তালাপত কিক-বক্সিং প্ৰতিযোগিতা

V/O: তালাপ কিক-বক্সিং একাডেমীৰ সৌজন্যত অনুষ্ঠিত হোৱা কিক-বক্সিং প্ৰতিযোগিতাৰ আজি বটাঁ বিতৰণী অনুষ্ঠান অনুষ্ঠিত কৰে একাডেমীয়ে। ইয়াৰ পূৰ্বে প্ৰায় এমাহজোৰা কিক-বক্সিংৰ এক সজাগতা তথা অনুশীলন কেম্প অনুষ্ঠিত কৰি একাডেমীটোৱে অনুশীলন কেম্পত অংশগ্ৰহণ কৰা প্ৰশিক্ষণপ্ৰাপ্ত খেলুৱৈ সকলৰ মাজত এক প্ৰতিযোগিতা অনুষ্ঠিত কৰে । প্ৰশিক্ষণত তালাপ, ৰূপাই-চাইডিং, ডুমডুমা, ধলা, কাকপথাৰ অদিৰ যুৱক-যুৱতি সকলে প্ৰশিক্ষণ গ্ৰহণ কৰে । আজিৰ বটাঁ বিতৰণী অনুষ্ঠানত তিনিচুকীয়া জিলা কিক-বক্সিং ফেডাৰেচনৰ মূখ্য উপদেষ্টা বীৰেণ কৈৰী উপস্থিত থাকে ।

Byte : উদ্যোগতা

#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসমConclusion:#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.