ETV Bharat / sports

লক ডাউন মানি চলিবলৈ দেশবাসীক আহ্বান হিমা দাসৰ

লক ডাউন মানি চলি সমগ্ৰ দেশক সজাগ আৰু সতৰ্ক হৈ থাকিবলৈ আহ্বান বিশ্ব এথলেটিক গৰাকীৰ ৷

author img

By

Published : Mar 25, 2020, 7:02 PM IST

hima das urging citizens to cooperate during 21 day lock down
লক ডাউন মানি চলিবলৈ দেশবাসীক আহ্বান হিমা দাসৰ

নগাওঁ,25 মাৰ্চঃ লক ডাউন মানি চলিবলৈ দেশবাসীক আহ্বান বিশ্ব এথলেটিক হিমা দাসৰ । কৰ'ণা ভাইৰাছে সৃষ্টি কৰা আতংকৰ বাবে সমগ্ৰ দেশতে ঘোষণা কৰা লক ডাউন মানি চলিবলৈ আহ্বান জনাইছে হিমা দাসে । চ'ছিয়েল মিডিয়া যোগে সকলোকে সজাগ আৰু সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে খেলুৱৈগৰাকীয়ে ৷

লগতে পঢ়কঃৰাজ্যজুৰি তলাবন্ধৰ প্ৰভাৱঃ কঠোৰ অসম আৰক্ষী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.