ETV Bharat / sports

চেৰিগ’ ৰাম’চে সম্পূৰ্ণ কৰিলে 100 টা গ’ল

author img

By

Published : Nov 4, 2020, 1:06 PM IST

চেম্পিয়নচ লীগত ইন্টাৰ মিলানৰ বিপক্ষে 3-2 গ’লত জয়লাভ কৰে ৰিয়েল মাড্ৰিডে ৷ এইখন খেলত এটা গ’ল পৰিশোধ কৰাৰ লগে লগেই এশটা গ’ল সম্পূৰ্ণ হয় ৰাম’চৰ ৷

চেৰিগ’ ৰাম’চে সম্পূৰ্ণ কৰিলে 100 টা গ’ল
চেৰিগ’ ৰাম’চে সম্পূৰ্ণ কৰিলে 100 টা গ’ল

স্প’ৰ্টছ ডেস্ক, 4 নবেম্বৰ : ৰিয়েল মাড্ৰিড দলৰ হৈ 100 টা গ’ল সম্পূৰ্ণ কৰিলে ফুটবলাৰ চেৰিগ’ ৰাম’চে ৷ বুধবাৰে ফুটবলাৰ গৰাকীয়ে কয় যে, "প্ৰতিদিনে আপুনি 100 গ’ল পাব নোৱাৰে" ৷ চেম্পিয়নচ লীগত ইন্টাৰ মিলানৰ বিপক্ষে 3-2 গ’লত জয়লাভ কৰে ৰিয়েল মাড্ৰিডে ৷ এইখন খেলত এটা গ’ল পৰিশোধ কৰাৰ লগে লগেই এশটা গ’ল সম্পূৰ্ণ হয় ৰাম’চৰ ৷ ৰাম’চে কয় যে, ব্যক্তিগত গ’ল দ্বিতীয় এটা বিষয় ৷ কিন্তু যেতিয়া আপোনাৰ বহু বছৰৰ সাধনা, কষ্ট আৰু ত্যাগক যেতিয়া স্বীকৃতি দিয়া হয় সেই অনুভৱ বুজাব নোৱাৰা ধৰণৰ হয় ৷

Ramos completes century of goals for Real Madrid
চেৰিগ’ ৰাম’চে সম্পূৰ্ণ কৰিলে 100 টা গ’ল

কৰিম বেঞ্জামাই প্ৰথমটো গ’ল কৰে খেল আৰম্ভ হোৱাৰ 25 মিনিটত ৷ খেলৰ 33 মিনিটত দ্বিতীয়টো গ’ল কৰে ৰাম’চে ৷ আনহাতে ইন্টাৰ মিলানৰ লাউটাৰো মাৰ্টিনজ আৰু ইভান পেৰিচিচে দুটা গ’ল পৰিশোধ কৰি সমতা স্থাপন কৰে ৷ কিন্তু 80 মিনিটত ৰডিগ’ৰ গ’লটোৱে ৰিয়েল মাড্ৰিডক জয়ৰ সোৱাদ দিয়ে ৷

লগতে পঢ়ক : নেপাল সেনাৰ সন্মানীয় সেনাপ্ৰধানৰ দায়িত্বত স্থলসেনা প্ৰধান জেন. নাৰাৱানে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.