ETV Bharat / sports

আইপিএল ২০২৪: কাক এৰিব কাক ধৰিব ফ্ৰেঞ্চাইজীবোৰে ? - IPL 2024 released players

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৪ক লৈ বিভিন্ন জল্পনা-কল্পনা অব্যাহত আছে । ইয়াৰ মাজতে ফ্ৰেঞ্চাইজীবোৰে মুকলি কৰা আৰু ৰিটেইন কৰা খেলুৱৈৰ তালিকা প্ৰকাশ কৰিছে । হাৰ্দিক পাণ্ডিয়া গুজৰাট টাইটানছত থাকিব নে নাথাকে সেয়া এতিয়াও নিশ্চিত হোৱা নাই ।

আইপিএল ২০২৪
ফ্ৰেঞ্চাইজীবোৰে কাক এৰিব কাক ৰাখিব
author img

By ETV Bharat Assamese Team

Published : Nov 26, 2023, 8:08 PM IST

স্পৰ্টছ ডেস্ক,২৬ নৱেম্বৰ : বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট লীগ আই পি এল ২০২৪ ৰ বাবে প্ৰস্তুতি আৰম্ভ হৈছে । আটাইকেইটা আইপিএল ফ্ৰেঞ্চাইজীয়ে খেলুৱৈসকলৰ মুকলি আৰু ৰিলিজ তালিকা প্ৰকাশ কৰিব । ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৪ ৰ পূৰ্বে বহু জল্পনা-কল্পনাও চলিছে ।

  • গুজৰাট টাইটানছে ৮ গৰাকী খেলুৱৈক মুকলি কৰিছে, হাৰ্ডিক পাণ্ডিয়াক ৰিটেইন কৰিছে

আইপিএল ২০২৪ ৰ বাবে ধাৰণা কৰা হৈছিল যে গুজৰাট টাইটানছে অধিনায়ক হাৰ্দিক পাণ্ডিয়াক মুম্বাই ইণ্ডিয়ানছক এৰি দিব । কিন্তু গুজৰাটে মুকলি কৰা ৮ গৰাকী খেলুৱৈৰ তালিকা প্ৰকাশ কৰিছে । অধিনায়ক হাৰ্দিক পাণ্ডিয়াক গুজৰাটে ৰিটেইন কৰিছে । অৱশ্যে হাৰ্দিকে এতিয়াও মুম্বাইলৈ যাব পাৰে । এয়া কেৱল খেলুৱৈৰ অদল-বদলৰ জৰিয়তে হে সম্ভৱ হ'ব । অৰ্থাৎ হাৰ্দিকে মুম্বাইৰ এগৰাকী খেলুৱৈৰ সৈতে বিনিময় কৰিহে মুম্বাইলৈ যাব পাৰিব ।

লগতে, সেই খেলুৱৈগৰাকী ২০২৪ চনৰ আই পি এলৰ বাবে ক্ৰয় কৰা নিলামৰ পৰা হ'ব নালাগিব । যদি এয়া সম্ভৱ হয় কেমেৰুন গ্ৰীণ বা ৰোহিত শৰ্মাৰ মাজত কোন খেলুৱৈ হ'ব সেয়া আকৰ্ষণীয় হ'ব । গুজৰাটে ৮ গৰাকী খেলুৱৈ ক্ৰমে যশ দয়াল, শিৱম মাভি, কে এছ ভৰত, অ'ডিয়ান স্মিথ, উৰ্ভিল পেটেল, প্ৰদীপ চাংৱান, দাচুন শনাকা আৰু আলজাৰি জোছেফক মুকলি কৰিছে ।

ৰিটেইন কৰা খেলুৱৈ : হাৰ্দিক পাণ্ডিয়া (অধিনায়ক), শুভমন গিল, ঋদ্ধিমান সাহা, কেন উইলিয়ামচন, মেথিউ ৱেড, ডেভিড মিলাৰ, অভিনৱ মনোহৰ, সাই সুদৰ্শন, ৰাহুল টেৱাটিয়া, দৰ্শন নলকান্দে, বিজয় শংকৰ, জয়ন্ত যাদৱ, মহম্মদ ছামী, আৰ সাই কিশোৰ, ৰাছিদ খান, জোচুৱা লিটল, মোহিত শৰ্মা আৰু নুৰ আহমেদ ।

  • মুম্বাই ইণ্ডিয়ানছে ১১ গৰাকী খেলুৱৈক মুকলি কৰিছে :

মুম্বাই ইণ্ডিয়ানছে আইপিএল ২০২৪ ৰ পূৰ্বে মুকলি কৰা খেলুৱৈসকল হৈছে জোফ্ৰা আৰ্চাৰ, জে ৰিচাৰ্ডচন, মহম্মদ আৰ্শাদ খান, ৰমনদীপ সিং, হৃত্বিক শোকিন, ৰাঘৱ গোৱেল, ট্ৰিষ্টান ষ্টবছ, ডুৱেন য়ানচেন, ৰাইলী মেৰিডিথ, সন্দীপ ৱাৰিয়াৰ আৰু ক্ৰিছ জৰ্ডান ।

ৰিটেইন কৰা খেলুৱৈ : ৰোহিত শৰ্মা (অধিনায়ক), ঈশান কিষাণ, কেমেৰুন গ্ৰীণ, সূৰ্যকুমাৰ যাদৱ, ডেৱল্ড ব্ৰেভিছ, নেহাল ৱাধেৰা, অৰ্জুন তেণ্ডুলকাৰ, তিলক বাৰ্মা, যশপ্ৰীত বুমৰাহ, টিম ডেভিড, শ্বামছ মুলানি, জেচন বেহৰেনডৰ্ফ, পীয়ুষ চাওলা, বিষ্ণু বিনোদ, আকাশ মাধৱাল আৰু কুমাৰ কাৰ্তিকেয় ।

  • ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে ১২ গৰাকী খেলুৱৈক মুকলি কৰিছে :

আইপিএল ২০২৪ৰ পূৰ্বে আৰচিবিয়ে মুকলি কৰা ১১ গৰাকী খেলুৱৈ ক্ৰমে জছ হেজলউড, ৱানিন্দু হাচাৰাংগা, হৰ্ষল পেটেল, কেদাৰ যাদৱ, ডেভিদ ৱিলী, মাইকেল ব্ৰেছৱেল, ফিন এলেন, ৱেইন পাৰনেল, চনু যাদৱ, অবিনাশ সিং আৰু সিদ্ধাৰ্থ কৌল । একে সময়তে মুকলি কৰা দ্বাদশ খেলুৱৈ হৈছে শ্বাহবাজ আহমদ, যাক হায়দৰাবাদলৈ এৰি দিয়া হৈছে আৰু হায়দৰাবাদৰ মায়াংক ডাগৰক অন্তৰ্ভুক্ত কৰা হৈছে ।

ৰিটেইন কৰা খেলুৱৈ : ফাফ ডু প্লেচিছ (অধিনায়ক), বিৰাট কোহলী, দীনেশ কাৰ্তিক, গ্লেন মেক্সৱেল, অনুজ ৰাৱট, ৰজত পাতিদাৰ, সুয়াশ প্ৰভুদেশাই, মহিপাল লোমৰোৰ, মায়াংক ডাগৰ, মনোজ ভাণ্ডাগে, আকাশ দীপ, মহম্মদ চিৰাজ, ৰিচ টপলী, হিমাংশু শৰ্মা, ৰাজন কুমাৰ, ৱিল জেকছ আৰু বিষক বিজয় কুমাৰ ।

  • চেন্নাই চুপাৰ কিংছে ৮ গৰাকী খেলুৱৈক মুকলি কৰিছে :

চেন্নাই চুপাৰ কিংছে মুকলি কৰা খেলুৱৈসকল হৈছে ক্ৰমে বেন ষ্টোকছ, ডোৱেন প্ৰিটোৰিয়াছ, কাইল জেমিচন, অম্বাতি ৰায়ডু (অৱসৰপ্ৰাপ্ত), সিসন্দা মগলা, ভগত বাৰ্মা, আকাশ সিং আৰু সুভ্ৰংশু সেনাপতি ।

ৰিটেইন কৰা খেলুৱৈ : এমএছ ধোনী (অধিনায়ক), ৰবীন্দ্ৰ জাদেজা, ডেভন কনৱে, ৰুতুৰাজ গায়কৱাড়, মইন আলী, শিৱম ডুবে, আজিংক্য ৰাহানে, ৰাজবৰ্ধন হাংগেৰকাৰ, দীপক চাহাৰ, মহিষ থিকশানা, তুষাৰ দেশপাণ্ডে, মিচেল চেণ্টনাৰ, মথিশা পাথিৰানা, প্ৰশান্ত চোলাংকী, শ্বেখ ৰাছিদ, সীমৰজিৎ সিং, নিশান্ত সিদ্ধু আৰু অজয় মণ্ডল ।

  • দিল্লী কেপিটেলছে ১১ গৰাকী খেলুৱৈক মুকলি কৰিছে :

আইপিএল ২০২৩ত পইণ্ট তালিকাৰ ৯ নম্বৰত থকা দিল্লী কেপিটেলছে ১১ গৰাকী খেলুৱৈক মুকলি কৰিছে । তাৰ ভিতৰত আছে ছৰফৰাজ খান, মনীষ পাণ্ডে, চেতন চাকাৰিয়া, ৰোভমেন পাৱেল, ৰাইলী ৰুচি, ফিল চল্ট, কমলেশ নগৰকোটি, ৰিপল পেটেল, মুস্তাফিজুৰ ৰহমান, আমান খান, প্ৰিয়ম গাৰ্গ ।

ৰিটেইন কৰা খেলুৱৈ : ঋষভ পন্ত (অধিনায়ক), ডেভিদ ৱাৰ্ণাৰ, পৃথ্বি শ্ব, যশ ধুল, মিচেল মাৰ্শ, অক্সৰ পেটেল, বিকি অষ্টৱাল, এনৰিক নৰ্টজে, ললিত যাদৱ, খলিল আহমেদ, ইশান্ত শৰ্মা, লুঙ্গি এনগিডি, কুলদীপ যাদৱ, মুকেশ কুমাৰ, প্ৰবীণ ডুবে ।

  • ৰাজস্থান ৰয়েলছে ১০ গৰাকী খেলুৱৈক মুকলি কৰিছে :

ৰাজস্থান ৰয়েলছে আইপিএল 2024-ৰ পূৰ্বে মুকলি কৰা খেলুৱৈসকল হৈছে জো ৰুট, জেচন হোল্ডাৰ, আব্দুল বাসিত, কুলদীপ যাদৱ, আকাশ বশিষ্ঠ, ওবেদ মেককয়, মুৰুগান অশ্বিন, কে এম আচিফ আৰু কেচি কৰিয়াপ্পা । দেৱদত্ত পডিক্কালক ট্ৰেড কৰিছে আৰু তেওঁৰ স্থানত দলত আবেশ খানক লোৱা হৈছে ।

ৰিটেইন কৰা খেলুৱৈ : সঞ্জু চেমছন (অধিনায়ক), চিমৰন হেটমেয়াৰ, জছ বাটলাৰ, যশস্বী জয়ছোৱাল, ৰিয়ান পৰাগ, ধ্ৰুৱ জুৰেল, কুনাল সিং ৰাঠৌৰ, ৰবিচন্দ্ৰন অশ্বিন, যুজবেন্দ্ৰ চাহাল, প্ৰসিদ্ধ কৃষ্ণ, নৱদীপ চাইনী, কুলদীপ সেন, ডোনাভন ফেৰেৰা, ট্ৰেণ্ট ব'ল্ট, এডাম জাম্পা, আবেশ খান ।

  • পঞ্জাব কিংছে ৫ গৰাকী খেলুৱৈক মুকলি কৰিছে :

আইপিএল ২০২৩ ত ভাল প্ৰদৰ্শন কৰিব নোৱাৰা পঞ্জাব কিংছে মুকলি কৰা খেলুৱৈসকল হৈছে শ্বাহৰুখ খান, মোহিত ৰাঠী, ভানুকা ৰাজপাক্ষে, বলতেজ ধাণ্ডা আৰু ৰাজ অংগদ বাবা ।

ৰিটেইন কৰা খেলুৱৈ : শিখৰ ধাৱান (অধিনায়ক), প্ৰভচিমৰণ সিং, জনি বেয়াৰস্টো, জিতেশ শৰ্মা, হৰপ্ৰীত ভাটিয়া, চিকন্দৰ ৰাজা, শিৱম সিং, অথৰ্ব টাইড, ঋষি ধাৱান, হৰপ্ৰীত ব্ৰাৰ, লিয়ম লিভিংষ্টন, কাগিছো ৰাবাডা, ৰাহুল চাহাৰ, অৰ্শদীপ সিং, ছেম কৰণ, বিদৱত কাভেৰাপ্পা আৰু নাথান এলিছ ।

  • কলকাতা নাইট ৰাইডাৰ্ছে ১২ গৰাকী খেলুৱৈক মুকলি কৰিছে :

কলকাতা নাইট ৰাইডাৰ্ছে মুকলি কৰা খেলুৱৈসকল ক্ৰমে শাৰ্দুল ঠাকুৰ, লোকি ফাৰ্গুচন, উমেশ যাদৱ, চাকিব আল হাছান, টিম চাউদি, লিটন দাস, মনদীপ সিং, আৰ্য দেশাই, ডেভিড ৱিজ, এন জগদীচান, জনছন চাৰ্লছ আৰু কুলৱন্ত খেজৰোলিয়া ।

ৰিটেইন কৰা খেলুৱৈ : শ্ৰেয়াছ আয়াৰ (অধিনায়ক), নীতিশ ৰাণা, জেচন ৰয়, ৰিংকু সিং, ৰহমানুল্লাহ গুৰবাজ, ভেঙ্কটেশ আয়াৰ, আন্দ্ৰে ৰাছেল, অনুকুল ৰয়, সুনীল নাৰিন, বৈভৱ অৰোৰা, হৰ্ষিত ৰাণা আৰু বৰুণ চক্ৰৱৰ্তী ।

  • চানৰাইজাৰ্ছ হায়দৰাবাদে ৭ গৰাকী খেলুৱৈক মুকলি কৰিছে :

আইপিএল ২০২৩ ত আটাইতকৈ বেয়া প্ৰদৰ্শন কৰা চানৰাইজাৰ্ছ হায়দৰাবাদে মুকলি কৰা খেলুৱৈসকল হৈছে হেৰী ব্ৰুক, কাৰ্তিক ত্যাগী, আদিল ৰাছিদ, সমৰ্থ ব্যাস, ভিভ্ৰান্ত শৰ্মা আৰু আকিল হুছেইন । একে সময়তে মায়াংক ডাগৰক ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ শ্বাহবাজ আহমদৰ সৈতে ৰদবদল কৰিছে ।

ৰিটেইন কৰা খেলুৱৈ : এডেন মাৰ্ক্ৰাম (অধিনায়ক), মায়াংক আগৰৱাল, ৰাহুল ত্ৰিপাঠী, গ্লেন ফিলিপছ, আনমোলপ্ৰীত সিং, হেনৰিক ক্লাছেন, অভিষেক শৰ্মা, উপেন্দ্ৰ যাদৱ, ৱাশ্বিংটন সুন্দৰ, নীতিশ কুমাৰ ৰেড্ডী, চানভিৰ সিং, মাৰ্কো য়ানেচন, আব্দুল চামাদ, ভুৱনেশ্বৰ কুমাৰ, ফজলহক ফাৰুকি, উমৰান মালিক, টি নটৰাজন, মায়াংক মাৰ্কান্দে, শ্বাহবাজ আহমদ ।

  • লক্ষ্ণৌ চুপাৰ জায়াণ্টছে ১০ গৰাকী খেলুৱৈক মুকলি কৰিছে :

যোৱা দুটা আইপিএল ছিজনত শীৰ্ষ-৪ ত স্থান লাভ কৰা লক্ষ্ণৌ চুপাৰ জায়াণ্টছে মুকলি কৰা খেলুৱৈসকল হৈছে কৰুণ নায়াৰ, জয়দেৱ উনাদকট, ডেনিয়েল চেমছ, মনন ভোহৰা, কৰণ শৰ্মা, স্বপ্নিল সিং, অৰ্পিত গুলেৰিয়া আৰু সুৰিয়াংশ শেণ্ডগে । আনহাতে দুগৰাকী খেলুৱৈ দেৱদত্ত পডিক্কালক ৰাজস্থানক এৰি দিয়া হৈছে আৰু আবেশ খানক দলত অন্তৰ্ভুক্ত কৰা হৈছে । ৰোমাৰিঅ শ্বেফৰ্ডক মুম্বাই ইণ্ডিয়ানছক এৰি দিয়া হৈছে ।

ৰিটেইন কৰা খেলুৱৈ : কে এল ৰাহুল (অধিনায়ক), কুইটন ডি কক, নিকোলাছ পুৰাণ, মাৰ্কাছ ষ্টোইনিছ, দীপক হুডা, ক্ৰুণাল পাণ্ডিয়া, প্ৰেৰক মানকাড, কৃষ্ণাপ্পা গৌতম, কাইল মায়াৰ্ছ, আয়ুষ বাডোনি, নবীন-উল-হক, যুধবীৰ চৰক, মাৰ্ক উড, ৰবি বিষ্ণোই, যশ ঠাকুৰ, অমিত মিশ্ৰা, মোহছিন খান, মায়ঙ্ক যাদৱ আৰু দেৱদত্ত পডিক্কাল ।

লগতে পঢ়ক :আইপিএল ২০২৪ ত গুজৰাটতে থাকিব হাৰ্দিক পাণ্ডিয়া !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.