ETV Bharat / sports

IPL 13: প্ৰথম তিনিটা স্থান দখল কৰা দল আৰু খেলুৱৈ

author img

By

Published : Oct 20, 2020, 8:33 PM IST

কিংছ ইলেভেন পাঞ্জাৱৰ অধিনায়ক কে.এল ৰাহুল আৰু দিল্পী কেপিটেলছৰ কাছিগো ৰাবাডা নিজ নিজ বেটিং আৰু বলিঙেৰে তেওঁলোকৰ শীৰ্ষস্থান অব্যাহত ৰাখিছে ৷

IPL 13: প্ৰথম তিনিটা স্থান দখল কৰা দল আৰু খেলুৱৈ
IPL 13: প্ৰথম তিনিটা স্থান দখল কৰা দল আৰু খেলুৱৈ

স্পৰ্টছ ডেস্ক, 20 অক্টোবৰ: আইপিএলৰ তিনিবাৰৰ চেম্পিয়ন চেন্নাই চপাৰ কিংছ তললৈ নামি যোৱাৰ পৰিৱৰ্তে, চলিত আইপিএলত 37 খন খেল সমাপন কৰি পঞ্চম স্থানত আছে ৰাজস্থান ৰয়েলছ ৷

সোমবাৰে সন্ধিয়া ৰাজস্থান ৰয়েলছে চেন্নাই চুপাৰ কিংছক 7 উইকেটত পৰাজিত কৰে আৰু তেওঁলোকৰ 10 খন খেলত 8 পইণ্ট আছে ৷ আনহাতে এম.এছ ধোনীৰ নেতৃত্বাধীন দলৰ 10 খন খেলত আছে ৷ লগতে তেওঁলোকে প্লে-অফত স্থান পোৱাৰ সম্ভাৱনাও অতি বিৰক্তকৰ ৷ 9 খন খেলত 14 পইণ্টেৰে শীৰ্ষত আছে দিল্লী কেপিটেলছৰ অৱস্থান ৷ তেওঁলোকৰ পাচতে আছে মুম্বাই ইণ্ডিয়ানছ আৰু ৰয়েল ছেলেঞ্জাৰ্ছ বাংগালোৰ ৷ দুয়োটা দলৰে আছে 12 পইণ্ট ৷

ইফালে কিংছ ইলেভেন পাঞ্জাৱৰ অধিনায়ক কে.এল ৰাহুল আৰু দিল্পী কেপিটেলছৰ কাছিগো ৰাবাডা নিজ নিজ বেটিং আৰু বলিঙেৰে তেওঁলোকৰ শীৰ্ষস্থান অব্যাহত ৰাখিছে ৷

ৰাহুলে 9 খন খেলত 525 ৰাণ সংগ্ৰহ কৰি অ'ৰেঞ্জ কেপ লৈছে ৷ তাৰ পাচত তেওঁৰ দলৰে সতীৰ্থ মায়াংক আগৰৱালাই সংগ্ৰহ কৰিছে 393 ৰাণ ৷ চেন্নাই চুপাৰ কিংছৰ ফাফ ডু প্লেচিছে 10 খন খেলত 375 ৰাণ সংগ্ৰহ কৰি পডিয়াম সম্পূৰ্ণ কৰিছে ৷

বলাৰ সকলৰ তালিকাত ৰাবাডাই 9 খন খেলত 19 উইকেট সংগ্ৰহ কৰি পাৰ্পল কেপ ল'বলৈ সক্ষম হৈছে ৷ 15 উইকেট সংগ্ৰহেৰে দ্বিতীয় স্থানত আছে জশপ্ৰীত বুমৰাহ আৰু তেওঁৰ পাচত আছে মহম্মদ শ্বামি 14 উইকেট সংগ্ৰহেৰে ৷

লগতে পঢ়ক: ডেভিদ ৱাৰ্ণাৰে ভংগ কৰিলে বিৰাট কোহলীৰ অভিলেখ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.