ETV Bharat / sports

ষ্টাম্প মাইকত পূৰ্বানুমান কৰি ছ'চিয়েল মিডিয়াৰ ৰোষত পন্ত

author img

By

Published : Mar 31, 2019, 7:11 PM IST

এইবাৰ ষ্টাম্প মাইকত আজৱ পূৰ্বানুমান কৰি ছ’চিয়েল মিডিয়াৰ ৰোষত পৰিছে দুৰ্দান্ত বেটছমেন ঋষভ পন্ত ৷ উইকেটকীপাৰ বেটছমেনজনে চতুৰ্থ অ'ভাৰত "এইটো চাৰি হোৱাটো নিশ্চিত" বুলি পূৰ্বানুমান কৰাৰ পাছতে অনুৰাগীসকল খৰ্গহস্ত হৈ পৰে আৰু মেচ ফিক্সিং হোৱাৰ অভিযোগ উত্থাপন কৰে ৷

RISHAV PANT

নিউজ ডেস্ক, 31 মাৰ্চ: ভাৰতীয় ক্ৰিকেট দলৰ দুৰ্দান্ত বেটছমেন ঋষভ পন্তে আইপিএলৰ নাইট ৰাইডাৰ্ছ আৰু দিল্লী কেপিটেলছৰ মাজত অনুষ্ঠিত মেচত ষ্টাম্প মাইকত আজৱ পূৰ্বানুমান কৰি ছ'চিয়েল মিডিয়াৰ ৰোষত পৰিছে ৷ শনিবাৰে অনুষ্ঠিত মেচখনত উইকেটকীপাৰ বেটছমেনজনে চতুৰ্থ অ'ভাৰত "এইটো চাৰি হোৱাটো নিশ্চিত" বুলি পূৰ্বানুমান কৰাৰ পাছতে সন্দীপৰ বলত ৰবীন উথাপ্পাই চাৰি কোৱায় ৷ তাৰপিছতে ভিডিঅ'টো ছ'চিয়েল মিডিয়াত বিয়পি পৰাৰ পাছতে অনুৰাগীসকল খৰ্গহস্ত হৈ পৰে আৰু মেচ ফিক্সিং হোৱাৰো অভিযোগ উত্থাপন কৰে ৷

উল্লেখ্য যে, অষ্ট্ৰেলিয়া ভ্ৰমণৰ পৰাই খেলুৱৈগৰাকীয়েষ্টাম্পৰ পিছত কৰা মন্তব্যবোৰৰ বাবে চৰ্চিত হৈ আহিছে ৷

PANT CAUGHT ON STUMP MIC MAKING BIZZARE PREDICTION

ষ্টাম্প মাইকত পূৰ্বানুমান কৰি চ'চিয়েল মিডিয়াৰ ৰোষত পন্ত

নিউজ ডেস্ক, 31 মাৰ্চ: ভাৰতীয় ক্ৰিকেট দলৰ দূৰ্দান্ত বেটছমেন ঋষভ পন্তে আইপিএলৰ নাইট ৰাইডাৰ্ছ আৰু দিল্লী কেপিটেলছৰ মাজত অনুষ্ঠিত মেচত ষ্টাম্প মাইকত আজৱ পূৰ্বানুমান কৰি চ'চিয়েল মিডিয়াৰ ৰোষত পৰিছে ৷ শনিবাৰে অনুষ্ঠিত মেচখনত উইকেটকীপাৰ বেটছমেনজনে চতুৰ্থ অ'ভাৰত "এইটো চাৰি হোৱাটো নিশ্চিত" বুলি পূৰ্বানুমান কৰাৰ পাছতে সন্দীপৰ বলত ৰবীন উথাপ্পাই চাৰি কোৱায় ৷ তাৰপিছতে ভিডিঅ'টো   চ'চিয়েল মিডিয়াত বিয়পি পৰাৰ পাছতে অনুৰাগীসকল খৰ্গহস্ত হৈ পৰে আৰু মেচ ফিক্সিং হোৱাৰো অভিযোগ উত্থাপন কৰে ৷ 

উল্লেখ্য যে, অষ্ট্ৰেলিয়া ভ্ৰমনৰ পৰাই খেলুৱৈগৰাকীৰ ষ্টাম্পৰ পিছত কৰা মন্তব্যবোৰৰ বাবে চৰ্চিত হৈ আহিছে ৷
PHOTO.jpg
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.