ETV Bharat / sports

দিল্লী কেপিটেলছৰ পৰা বাহিৰ হৰ্ষল পটেল - DC

আই পি এলৰ দ্বাদশ সংস্কৰণৰ পৰা বাহিৰ দিল্লী কেপিটেলছৰ দ্ৰুতবেগী বলাৰ হৰ্ষল পটেল । আঘাতৰ সন্মুখীন হৈ দলৰ বাহিৰ খেলুৱৈ গৰাকী ।

দিল্লী কেপিটেলছ দলৰ পৰা বাহিৰ হৰ্ষল
author img

By

Published : Apr 11, 2019, 11:54 PM IST

স্পৰ্টছ ডেস্ক, ১১ এপ্ৰিলঃ দিল্লী কেপিটেলছ অনুৰাগীৰ বাবে দুখবৰ । আঘাতৰ সন্মুখীন হৈ দলৰ পৰা বাহিৰ হ'ল দ্ৰুতবেগী বলাৰ হৰ্ষল পটেল । খেলুৱৈগৰাকীৰ আঘাতৰ কথা সদৰী কৰে দলটোৰ মুখ্য প্ৰশিক্ষক ৰিকি পণ্টিঙে । উল্লেখ্য যে, শুকুৰবাৰে কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব দিল্লী । কিংছ ইলেভেনৰ পাঞ্জাৱৰ বিৰুদ্ধে অনুষ্ঠিত মেচত হাতত আঘাতপ্ৰাপ্ত হৈছিল খেলুৱৈগৰাকী ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.