ETV Bharat / sports

কেংগেৰু বাহিনীৰ হাতত নিলৰ্জ্জভাৱে পৰাস্ত কোহলী বাহিনী - প্ৰথমখন টেষ্টত 8 উইকেটত পৰাস্ত ভাৰত

বিৰাট কোহলীৰ নেতৃত্বাধীন ভাৰতীয় দলটোৱে প্ৰথমখন টেষ্টৰ তৃতীয়টোত দিনত 62 ৰাণ কৰা হলে অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হ’লহেতেন ৷ কিন্তু ভাৰতীয় বেটছমেনসকলে এই লক্ষ্যত উপনীত হোৱাত ব্যৰ্থ হয় ৷ দ্বিতীয় ইনিংছত 90 ৰাণৰ লক্ষ্যত ভাৰতে 36 ৰাণতে সীমাৱদ্ধ থাকিবলগীয়া হয় ৷

AUS vs IND: Australia beat India in 1st Test by 8 wickets
ভাৰত বনাম অষ্ট্ৰেলিয়াঃপ্ৰথমখন টেষ্টত 8 উইকেটত পৰাস্ত ভাৰত
author img

By

Published : Dec 19, 2020, 3:35 PM IST

স্পৰ্টছ ডেস্ক,19 ডিচেম্বৰ : অষ্ট্ৰেলিয়াৰ এডেলেইড খেলপথাৰত অনুষ্ঠিত ভাৰত-অষ্ট্ৰেলিয়াৰ মাজৰ প্ৰথমখন টেষ্ট মেছত ভাৰতক পৰাজিত কৰে ঘৰুৱা দল অষ্ট্ৰেলিয়াই ৷ 90 ৰাণৰ লক্ষ্যৰে অষ্ট্ৰেলিয়াই মেথিউ ৱাদেৰ 33 ৰাণ আৰু জ’ বাৰ্ণছৰ 51 ৰাণেৰে এটি সুন্দৰ ৰাণৰেট লাভ কৰে ৷ ৱাদেক ঋদ্ধিমান সাহাই ৰাণ আউট কৰিবলৈ সক্ষম হয় ৷

বিৰাট কোহলীৰ নেতৃত্বাধীন ভাৰতীয় দলটোৱে প্ৰথমখন টেষ্টৰ তৃতীয়টোত দিনত 62 ৰাণ কৰা হলে অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হ’লহেতেন ৷ কিন্তু ভাৰতীয় বেটছমেনসকলে এই লক্ষ্যত উপনীত হোৱাত ব্যৰ্থ হয় ৷ দ্বিতীয় ইনিংছত 90 ৰাণৰ লক্ষ্যৰে বেট ধৰি ভাৰতে 36 ৰাণতে সীমাৱদ্ধ থাকিবলগীয়া হয় ৷ এই ৰাণ ভাৰতীয় দলটোৰ টেষ্ট ক্ৰিকেটৰ সৰ্বনিম্ন ৰাণ ৷ ইয়াৰ পূৰ্বে 1974 ইংলেণ্ডৰ বিৰুদ্ধে অৰ্জন কৰা 41 ৰাণ আছিল দলটোৰ সৰ্বনিম্ন ৰাণ ৷

অষ্ট্ৰেলিয়াৰ হৈ জশ হেজেলউডে পাঁচটা উইকেট আৰু পেট কিউমিনে চাৰিটা উইকেট দখল কৰিবলৈ সক্ষম হয় ৷

লগতে পঢ়ক-AUS বনাম IND প্ৰথম টেষ্ট : টেষ্ট ক্ৰিকেটৰ ইতিহাসত সৰ্বনিম্ন ৰাণ ভাৰতৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.