ETV Bharat / sports

অব্যাহত আছে আফ্ৰিদী-গম্ভীৰৰ বাকযুদ্ধ - আফ্ৰিদী - গম্ভীৰৰ বাকযুদ্ধ

প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ তথা সদ্যঘোষিত লোকসভা নিৰ্বাচনত জয়ী হোৱা প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ গৌতম গম্ভীৰক মূৰ্খ আখ্যা দিছে প্ৰাক্তন পাকিস্তানৰ ক্ৰিকেট খেলুৱৈ শ্বাহিদ আফ্ৰিদীয়ে ।

অব্যাহত আছে আফ্ৰিদী - গম্ভীৰৰ বাকযুদ্ধ
author img

By

Published : May 26, 2019, 3:13 PM IST

স্পৰ্টছ ডেস্ক, ২৬ মে': প্ৰাক্তন পাকিস্তানৰ ক্ৰিকেট খেলুৱৈ শ্বাহিদ আফ্ৰিদীয়ে আকৌ এবাৰ প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ গৌতম গম্ভীৰৰ বিৰুদ্ধে আক্ৰমণাত্মক মন্তব্য আগবঢ়াইছে । আফ্ৰিদীয়ে গম্ভীৰক মূৰ্খ আখ্যা দিয়াৰ লগতে এনেধৰণৰ মূৰ্খকো ভোট দি জনতাই জয়যুক্ত কৰে বুলি সমালোচনা কৰে ।

ETV BHARAT ASSAM
অব্যাহত আছে আফ্ৰিদী - গম্ভীৰৰ বাকযুদ্ধ

উল্লেখ্য যে, পূৱ দিল্লী লোকসভা সমষ্টিৰ পৰা নিৰ্বাচনত জয়ী হোৱাৰ পাছতে গম্ভীৰে মন্তব্য কৰিছিল যে ভাৰতে গ্ৰুপ মেচৰ লগতে ফাইনেলত প্ৰৱেশ কৰিলেও পাকিস্তানৰ বিৰুদ্ধে খেলিব নালাগে । ইয়াৰ পাছতে গম্ভীৰক ওভটি ধৰে শ্বাহিদ আফ্ৰিদীয়ে ।

SHAHID AFRIDI CALLS GAMBHIR A MORON

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.