- ভাৰতৰ সপ্তমটো সফলতা
- 79 ৰানত আউট বেন ষ্টক্ছ
- বোমৰাহই লাভ কৰে বেন ষ্টক্ছৰ উইকেট
- মহম্মদ শ্বামীয়ে লাভ কৰে পাঁচটা উইকেট
- জেছন ৰয় 66, জনী বেয়াৰেষ্ট’ 111, ইয়ন মৰ্গান 1, জ’ৰুট 44 ৰান, জছ বাটলাৰ 20 ৰান কৰি আউট হয়
- 336 ৰানত সপ্তমটো উইকেট পতন ইংলেণ্ডৰ
- 319 ৰানত ষষ্ঠটো উইকেট হেৰুৱাই ইংলেণ্ডে
- 310 ৰানত পঞ্চম উইকেটৰ পতন
- 277 ৰানত চতুৰ্থটো উইকেট পতন হৈছিল ইংলেণ্ডৰ
- 207 ৰানত তৃতীয়টো উইকেট পতন হৈছিল ইংলেণ্ডৰ
- 205 ৰানত পতন হৈছিল দ্বিতীয়টো উইকেট
- 160 ৰানত হেৰুৱাইছিল প্ৰথমটো উইকেট ইংলেণ্ডে
- কুলদ্বীপ যাদৱে লাভ কৰে ভাৰতৰ হৈ প্ৰথমটো উইকেট
- বাৰ্মিংহামত অনুষ্ঠিত হৈছে এই হাই ভল্টেজ মেচখন
- টছত জয়ী হৈ প্ৰথমে বেটিঙৰ সিদ্ধান্ত ইংলেণ্ডৰ
- দুয়োখন দেশৰ মাজত এইখন হৈছে 100 সংখ্যক এদিনীয়া
- নতুন জাৰ্ছীত টিম ইণ্ডিয়া
- গেৰুৱা বসনত খেলপথাৰত নামিছে ভাৰতীয় দলটো
সপ্তমটো সফলতা ভাৰতৰ , পেভিলিয়নমুখী বেন ষ্টক্ছ
বাৰ্মিংহামত ইংলেণ্ডৰ মুখামুখি হৈছে ভাৰত ৷ 38 সংখ্যক মেচখনত টছত জয়ী হৈ প্ৰথমে বেটিংৰ সিদ্ধান্ত ইংলেণ্ডৰ ৷
ভাৰতৰ তৃতীয়টো সফলতা, পেভিলিয়নমুখী ইয়ন মৰ্গান
- ভাৰতৰ সপ্তমটো সফলতা
- 79 ৰানত আউট বেন ষ্টক্ছ
- বোমৰাহই লাভ কৰে বেন ষ্টক্ছৰ উইকেট
- মহম্মদ শ্বামীয়ে লাভ কৰে পাঁচটা উইকেট
- জেছন ৰয় 66, জনী বেয়াৰেষ্ট’ 111, ইয়ন মৰ্গান 1, জ’ৰুট 44 ৰান, জছ বাটলাৰ 20 ৰান কৰি আউট হয়
- 336 ৰানত সপ্তমটো উইকেট পতন ইংলেণ্ডৰ
- 319 ৰানত ষষ্ঠটো উইকেট হেৰুৱাই ইংলেণ্ডে
- 310 ৰানত পঞ্চম উইকেটৰ পতন
- 277 ৰানত চতুৰ্থটো উইকেট পতন হৈছিল ইংলেণ্ডৰ
- 207 ৰানত তৃতীয়টো উইকেট পতন হৈছিল ইংলেণ্ডৰ
- 205 ৰানত পতন হৈছিল দ্বিতীয়টো উইকেট
- 160 ৰানত হেৰুৱাইছিল প্ৰথমটো উইকেট ইংলেণ্ডে
- কুলদ্বীপ যাদৱে লাভ কৰে ভাৰতৰ হৈ প্ৰথমটো উইকেট
- বাৰ্মিংহামত অনুষ্ঠিত হৈছে এই হাই ভল্টেজ মেচখন
- টছত জয়ী হৈ প্ৰথমে বেটিঙৰ সিদ্ধান্ত ইংলেণ্ডৰ
- দুয়োখন দেশৰ মাজত এইখন হৈছে 100 সংখ্যক এদিনীয়া
- নতুন জাৰ্ছীত টিম ইণ্ডিয়া
- গেৰুৱা বসনত খেলপথাৰত নামিছে ভাৰতীয় দলটো
Intro:Body:
Conclusion:
gggh
Conclusion:
Last Updated : Jun 30, 2019, 7:15 PM IST