ETV Bharat / sports

কোনো বিষয়ত মতামত দাঙি ধৰিবলৈ জ্ঞানৰ প্ৰয়োজনঃ CAA সম্পৰ্কত কোহলী - Kohli refused to comment on CAA

ভাৰত-শ্ৰীলংকাৰ মেচৰ পূৰ্বে শনিবাৰে গুৱাহাটীত সংবাদমেল সম্বোধন কৰে বিৰাট কোহলীয়ে ৷ CAA সম্পৰ্কত কোনো মন্তব্য কৰাৰ পৰা বিৰত থাকে কোহলী ৷

ভাৰত-শ্ৰীলংকাৰ প্ৰথম টি-20
CAA সম্পৰ্কত কোহলীৰ মন্তব্য
author img

By

Published : Jan 4, 2020, 7:38 PM IST

স্পৰ্টছ ডেস্ক, 4 জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইন(CAA) সম্পৰ্কত কোনো মন্তব্য কৰাৰ পৰা বিৰত থাকে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলী ৷ দেওবাৰে গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া ভাৰত বনাম শ্ৰীলংকা T20 খেলৰ পূৰ্বে শনিবাৰে আয়োজন কৰা সংবাদমেলত কোহলীয়ে কয় যে, এই আইনখন সন্দৰ্ভত সঠিক জ্ঞান নথকা বাবে কোনো মন্তব্য কৰিব নিবিচাৰে ৷ তেওঁ লগতে কয় যে, গুৱাহাটী ভ্ৰমণ কৰিবলৈ দলটোৰ কোনো ধৰণৰ অসুবিধা হোৱা নাই ৷

তেওঁ কয়, "চহৰখন সম্পূৰ্ণৰূপে সুৰক্ষিত ৷ ইয়ালৈ অহাৰ পথত আমাৰ কোনো ধৰণৰ অসুবিধা হোৱা নাই ৷ CAA সম্পৰ্কত মই দায়িত্বহীন হ'ব নিবিচাৰো ৷ ইয়াৰ বাবে সঠিক তথ্য থাকিব লাগে তেতিয়াহে মন্তব্য কৰাটো ভাল হ'ব ৷ মোৰ জ্ঞান নথকা কোনো বিষয়ত মই নিজকে জড়িত কৰিব নিবিচাৰো ৷"

আৰু পঢ়ক : গুৱাহাটীত সন্মুখ-সমৰত নামিব ভাৰত-শ্ৰীলংকা

Intro:Body:

Guwahati: Indian skipper Virat Kohli on Saturday said that he would not give any statement on Citizenship Amendment Act (CAA) without having proper knowledge about the law.

Kohli also insisted that the entire side did not have any problem with respect to travelling to Guwahati.

"The city is absolutely safe. We did not have any issues with reaching here. When it comes to CAA, I do not want to be irresponsible. You need to have total information and then you should give your opinion on it. I would not like to get myself involved in something that I do not have knowledge about," Kohli told reporters on the eve of the first T20I against Sri Lanka.

The CAA seeks to grant Indian citizenship to refugees from Hindu, Christian, Sikh, Buddhist and Parsi communities fleeing religious persecution from Pakistan, Afghanistan, and Bangladesh, and who entered India on or before December 31, 2014.

India and Sri Lanka will take on each other in the first T20I of the three-match series on Sunday, January 5.

Conclusion:

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.