স্পৰ্টছ ডেস্ক, 31 ডিচেম্বৰ: 29 মাৰ্চত অনুষ্ঠিত হ’ব ইণ্ডিয়ান প্ৰীমিয়াৰ লীগ চমুকৈ আই পি এলৰ ত্ৰয়োদশ সংস্কৰণৰ উদ্বোধনী মেচ ৷ ঘৰুৱা খেলপথাৰত অৱতীৰ্ণ হ’ব মুম্বাই ইণ্ডিয়ানছ ৷ য’ত সন্মুখ সমৰত থাকিব দিল্লী কেপিটেলছ ৷ সংবাদমাধ্যমত এই কথা সদৰী কৰে দিল্লী কেপিটেলছ কৰ্তৃপক্ষই ৷
ৱাংখাড়েত অনুষ্ঠিত হ’ব আই পি এল 2020 ৰ উদ্বোধনী মেচ তাৎপৰ্যপূৰ্ণ কথা এই যে, ত্ৰয়োদশ আই পি এল সংস্কৰণৰ প্ৰথম কেইখনমান মেচত অংশগ্ৰহণ কৰাৰ পৰা বিৰত থাকিব অষ্ট্ৰেলিয়া, ইংলেণ্ড আৰু নিউজিলেণ্ডৰ বিদেশী খেলুৱৈ ৷ আন্তঃৰাষ্ট্ৰীয় শৃংখলাৰ বাবেই বিৰত থাকিব লাগিব এই দলৰ বিদেশী খেলুৱৈসকল ৷ 29 মাৰ্চত অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডৰ মাজত টি-20 শৃংখলা অনুষ্ঠিত হোৱাৰ বিপৰীতে 31 মাৰ্চৰ পৰা ইংলেণ্ড আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হ’ব টেষ্ট শৃংখলা ৷
যাৰ বাবে বহু নামি-দাবী খেলুৱৈ অংশ গ্ৰহণৰ পৰা বিৰত থাকিব লাগিব যাৰ বাবে এই বিষয়ে উদ্বিগ্নতা প্ৰকাশ কৰি এই বিষয়ে আই পি এল প্ৰশাসনিক সমিতিক চিন্তা-চৰ্চা কৰাৰ আশা প্ৰকাশ কৰিছে ৷
লগতে চাওক- 2019 বৰ্ষৰ টেষ্টৰ সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী মাৰ্নাছ লাবুছেইন
Intro:Body:
Indian Premier League, Wankhede Stadium, IPL 2020, Mumbai
Hyderabad: The 13th edition of Indian Premier League will kick off on March 29. The opening match of the season will be played at the home ground of last year's champions Mumbai Indians.
Speaking to media, a Delhi Capitals official said that the starting date is set to be March 29 with defending champions MI playing the opener at Wankhede.
"I am told that the 2020 edition of the IPL will start on March 29 at Wankhede," the official said.
This means that the teams playing the first couple of games will miss the services of the Australian, English and Kiwi foreign recruits as there will be two international series on at that point in time with Australia and New Zealand clashing in a T20I series that has the last game on March 29 and the England-Sri Lanka Test series which ends on March 31.
Speaking to media, a senior official of one of the franchises had earlier said that they were keeping fingers crossed that the IPL Governing Council will go back to the old format of having doubleheaders through the tournament and start around April 1.
"See, while the Australia-New Zealand series ends with the final T20I being played on March 29, the second Test of the series between England and Sri Lanka technically ends only on March 31. In such a scenario, you start the season minus your big players and that isn't a happy occasion. If we do start from April 1, the scenario looks so much better. Hopefully, the IPL GC will see what we are speaking about makes for a consideration," the official had said.
But looks like the IPL Governing Council is keen on doing away with too many doubleheaders and want to ensure that fans get the best of viewing time.
Conclusion: