ETV Bharat / sports

কোহলিৰ সমৰ্থনত গাংগুলী

বিৰাট কোহলিৰ সমৰ্থনত ভাৰতৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলী ৷ অধিনায়কৰ দায়িত্বত থকা মৰ্মে প্ৰশিক্ষক নিৰ্বাচনৰ ক্ষেত্ৰত মাত মতাৰ অধিকাৰ আছে কোহলিৰ ৷

author img

By

Published : Aug 1, 2019, 7:31 PM IST

কোহলিৰ সমৰ্থনত নামিল গাংগুলী

স্পৰ্টছ ডেস্ক, 1 আগষ্টঃ আবেদন গ্ৰহণ কৰা হৈছে ভাৰতীয় ক্ৰিকেট দলৰ নতুন প্ৰশিক্ষকৰ ৷ বিশ্বকাপত ভাৰতীয় দলটোৱে ছেমিফাইনেলত পৰাজয়ৰ বৰণ কৰাৰ পাচতেই চৰ্চা চলিছিল দলৰ প্ৰশিক্ষক সলনি কৰাৰ ৷ বিশ্বকাপৰ পাচতেই প্ৰশিক্ষক ৰবি শাস্ত্ৰীৰ কাৰ্যকালৰ সময়সীমা শেষ হৈছিল যদিও ৱেষ্ট ইণ্ডিজ শৃংখলাৰ বাবে 45 দিনলৈ বৃদ্ধি কৰা হয় তেওঁৰ কাৰ্যকাল ৷

ETV
কোহলিৰ সমৰ্থনত নামিল গাংগুলী

এই সন্দৰ্ভত গাংগুলীয়ে কয়, বিৰাট কোহলি বৰ্তমান দলৰ অধিনায়ক ৷ প্ৰশিক্ষক সন্দৰ্ভত মাত মতাৰ তেওঁৰ সম্পূৰ্ণ অধিকাৰ আছে ৷ উল্লেখ্য যে, 2017 চনত ৰবি শাস্ত্ৰীক নিযুক্ত কৰা সদস্যৰ ভিতৰত অন্যতম আছিল সৌৰভ গাংগুলী ৷ অৱশ্যে এইবাৰৰ প্ৰশিক্ষক নিৰ্বাচনৰ দায়িত্বত আছে কপিল দেৱ, অশুমান গায়কৱাড আৰু শান্তা ৰংগাস্বামী ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.