ETV Bharat / sports

ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথমে বেটিঙৰ সিদ্ধান্ত শ্ৰীলংকাৰ

হেডিংলীত টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত শ্ৰীলংকাৰ ৷

ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথমে বেটিঙৰ সিদ্ধান্ত শ্ৰীলংকাৰ
author img

By

Published : Jun 21, 2019, 3:36 PM IST

স্পৰ্টছ ডেস্ক, 21 জুনঃ ইংলেণ্ডৰ হেডিংলীত আজি ইংলেণ্ডৰ মুখামুখি হৈছে শ্ৰীলংকা ৷ বিশ্বকাপৰ এইখন হৈছে 27 সংখ্যক মেচ ৷ দুয়োটা দলে ইয়াৰ পূৰ্বে বিশ্বকাপত 10 বাৰৰ বাবে মুখামুখি হৈছে ৷ য’ত ইংলেণ্ডে 6 বাৰ আৰু 4 বাৰ শ্ৰীলংকাই জয় লাভ কৰিবলৈ সক্ষম হৈছে ৷ ইংলেণ্ড দলটোৱে পইণ্টছ টেবুলৰ তৃতীয় স্থানত থকাৰ বিপৰীতে পঞ্চম স্থানত আছে শ্ৰীলংকা ৷ ইংলেণ্ডৰ বৰ্তমান 5 খনত মেচত 8 পইণ্ট থকাৰ বিপৰীতে শ্ৰীলংকাৰ আছে 5 খন মেচত 4 পইণ্ট ৷ শেহতীয়া খবৰ অনুসৰি শ্ৰীলংকা দলটোৰ দুটা উইকেটৰ পতন হৈছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.