ETV Bharat / sports

পাকিস্তান-ইংলেণ্ড মাজৰ দ্বিতীয় টেষ্টত বৰষুণৰ বিধি-পথালি

author img

By

Published : Aug 13, 2020, 10:22 PM IST

চাউথাম্পটনত অনুষ্ঠিত হোৱা দ্বিতীয়খন টেষ্টত বৰষুণৰ বিধি পথালি ৷ বৰষুণৰ অহাৰ আগমুহূর্তলৈ পাঁচ উইকেটত 125 ৰান সংগ্ৰহ পাকিস্তানৰ ৷

Second Test between Pakistan and England interrupted due to Rain

স্পৰ্টছ ডেস্ক, 13 আগষ্ট : বৰষুণৰ ফলত বিধি পথালি চাউথাম্পটনত অনুষ্ঠিত হোৱা পাকিস্তান-ইংলেণ্ড মাজৰ দ্বিতীয়খন টেষ্টত ৷ বৰষুণ অহাৰ আগমুহূর্তলৈ পাঁচ উইকেটত 125 ৰান সংগ্ৰহ ৷ পাকিস্তানৰ হৈ অৰ্ধশতকীয় ইনিংছ খেলিবলৈ সক্ষম হৈছে আবিদ আলীয়ে ৷ আবিদ আলীয়ে 60 ৰান, ছান মাছুদে 1 ৰান, আজহাৰ আলীয়ে 20 ৰান, আছাদ ছাফিকে 5, ফাৱাদ আলম শূণ্য ৰানত পেভিলিয়নমূখী হয় ৷ বৰ্তমানে বাবৰ আজম 25 আৰু মহম্মদ ৰিজৱান 4 ৰান কৰি ক্ৰীজত বৰ্তি আছে ৷

পাকিস্তান-ইংলেণ্ড মাজৰ দ্বিতীয় টেষ্টত বৰষুণৰ বিধি

ইংলেণ্ডৰ হৈ 2 টা উইকেট জেমছ এণ্ডাৰছনে লাভ কৰাৰ বিপৰীতে ষ্টুৱাৰ্ড ব্ৰড, ছেম ক’ৰাণ, ক্ৰিছ ৱক্ছে 1 টাকৈ উইকেট লাভ কৰিবলৈ সক্ষম হয় ৷

মেচখনত টছত জয় লাভ কৰি পাকিস্তানে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ ইতিমধ্যে শৃংখলাত 1-0 ৰ অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে ইংলেণ্ডে ৷

লগতে চাওক- ক’ভিড-19 ৰ বাবে বাতিল পেৰিছ মাৰাথন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.