ETV Bharat / sports

আই পি এলৰ প্লে' অফত আজি চেন্নাই বনাম মুম্বাই

author img

By

Published : May 7, 2019, 1:33 PM IST

জয় লাভ কৰি ফাইনেলৰ পথ প্ৰশস্ত কৰাৰ লক্ষ্য দুয়োটা দলৰ

আই পি এলৰ প্লে' অফত আজি চেন্নাই বনাম মুম্বাই

স্পৰ্টছ ডেস্ক,7 মেঃ চলিত আই পি এলৰ প্ৰথমখন প্লে' অফত আজি মুখামুখি হ'ব চেন্নাই চুপাৰ কিংছ বনাম মুম্বাই ইণ্ডিয়ানছ ৷ চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত সন্ধিয়া 7.30 বজাৰ পৰা আৰম্ভ হ'ব খেল খন ৷

খেলখনত জয়লাভ কৰা মানেই পোনে পোনে ফাইনেলত প্ৰৱেশ কৰিব বিজয়ী দলটোৱে ৷ অন্যথা দ্বিতীয় কোৱালিফায়াৰত ছানৰাইজাৰ্ছ হায়দৰাবাদ অথবা দিল্লী কেপিটেলছৰ মুখামুখি হব লাগিব পৰাস্ত হোৱা দলটোৱে ৷ সেয়েহে,পোনে পোনে ফাইনেলৰ পথ প্ৰশস্ত কৰাৰ লক্ষ্যৰে মৰণপণ যুঁজত অৱতীৰ্ণ হ'ব দুয়োটা দল ৷

আই পি এলৰ ইতিহাসত অধিক সাফল্য লাভ কৰা শক্তিশালী দল দুটাই হৈছে চেন্নাই আৰু মুম্বাই৷ অভিজ্ঞ এম এছ ধোনীৰ নেতৃত্ব দিয়া চেন্নাই চুপাৰ কিংছ দলৰ প্ৰধান শক্তি হৈছে ডু প্লেছিছ,শ্বেন ৱাটছন,সুৰেশ ৰাইনা,ডুৱাইন ব্ৰেভ আৰু ইমৰাণ তাহিৰ ৷ আনহাতে,ৰোহিত শৰ্মাৰ নেতৃত্বাধীন মুম্বাই ইণ্ডিয়ানছ দলত আছে ডি কক,পলাৰ্ড,হাৰ্দিক পাণ্ডিয়া,মালিংগাৰ দৰে তাৰকা খেলুৱৈ ৷

IPL 1ST PLAY OFF

আই পি এলৰ প্লে' অফত আজি চেন্নাই বনাম মুম্বাই

জয় লাভ কৰি ফাইনেলৰ পথ প্ৰশস্ত কৰাৰ লক্ষ্য দুয়োটা দলৰ

স্পৰ্টছ ডেস্ক,7 মেঃ চলিত আই পি এলৰ প্ৰথমখন প্লে অফত আজি মুখামুখি হ'ব চেন্নাই চুপাৰ কিংছ বনাম মুম্বাই ইণ্ডিয়ানছ ৷ চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত সন্ধিয়া 7.30 বজাৰ পৰা আৰম্ভ হ'ব খেল খন ৷

খেলখনত জয়লাভ কৰা মানেই পোনে পোনে ফাইনেলত প্ৰৱেশ কৰিব বিজয়ী দলটোৱে ৷ অন্যথা দ্বিতীয় কোৱালিফায়াৰত ছানৰাইজাৰ্ছ হায়দৰাবাদ অথবা দিল্লী কেপিটেলছৰ মুখামুখি হব লাগিব পৰাস্ত হোৱা দলটোৱে ৷ সেয়েহে,পোনে পোনে ফাইনেলৰ পথ প্ৰশস্ত কৰাৰ লক্ষ্যৰে মৰণপণ যুঁজত অৱতীৰ্ণ হ'ব দুয়োটা দল ৷ 

আই পি এলৰ ইতিহাসত অধিক সাফল্য লাভ কৰা শক্তিশালী দল দুটাই হৈছে চেন্নাই আৰু মুম্বাই৷ অভিজ্ঞ এম এছ ধোনীৰ নেতৃত্ব দিয়া চেন্নাই চুপাৰ কিংছ দলৰ প্ৰধান শক্তি হৈছে ডু প্লেছিছ,শ্বেন ৱাটছন,সুৰেশ ৰাইনা,ডুৱাইন ব্ৰেভ আৰু ইমৰাণ তাহিৰ ৷ আনহাতে,ৰোহিত শৰ্মাৰ নেতৃত্বাধীন মুম্বাই ইণ্ডিয়ানছ দলত আছে ডি কক,পলাৰ্ড,হাৰ্দিক পাণ্ডিয়া,মালিংগাৰ দৰে তাৰকা খেলুৱৈ ৷  
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.