নিউজ ডেস্ক, 31 ডিচেম্বৰ: ৰাজস্থানত পতিত হোৱা দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ মহম্মদ আজহাৰ উদ্দিন বৰ্তমান সম্পূৰ্ণৰূপে সুস্থ বুলি জানিব পৰা গৈছে ৷ এই কথা টুইটাৰৰ জৰিয়তে শ্বেয়াৰ কৰিলে মহম্মদ আজহাৰ উদ্দিনে ৷
-
Good evening everyone. Thank you for all your messages. I had a minor accident today and I am well and safe by the grace of allah. Thanks for all the concern.
— Mohammed Azharuddin (@azharflicks) December 30, 2020 " class="align-text-top noRightClick twitterSection" data="
">Good evening everyone. Thank you for all your messages. I had a minor accident today and I am well and safe by the grace of allah. Thanks for all the concern.
— Mohammed Azharuddin (@azharflicks) December 30, 2020Good evening everyone. Thank you for all your messages. I had a minor accident today and I am well and safe by the grace of allah. Thanks for all the concern.
— Mohammed Azharuddin (@azharflicks) December 30, 2020
বুধবাৰৰ সন্ধিয়া এক টুইটযোগে তেওঁ কয়, "সকলোকে শুভ সন্ধিয়া জনালো ৷ আজি মোৰ এটা সামান্য দুৰ্ঘটনা হৈছিল ৷ এই সামান্য দুৰ্ঘটনাত আঘাত পাইছিল যদিও ভগৱানৰ কৃপাত এতিয়া মই সম্পূৰ্ণৰূপে সুস্থ ৷" লগতে সুস্থ হৈ উঠাৰ বাবে প্ৰাৰ্থনা কৰা অনুৰাগীসকলক ধন্যবাদ জ্ঞাপন কৰে প্ৰাক্তন ক্ৰিকেটাৰজনে ৷
লগতে পঢ়ক :ৰাজস্থানত মহম্মদ আজহাৰ উদ্দিনৰ বাহন দুৰ্ঘটনাগ্ৰস্ত