ETV Bharat / sports

টেষ্ট ক্ৰিকেটত 50 উইকেট দখল কৰা দ্ৰুততম ভাৰতীয় বুমৰাহ

author img

By

Published : Aug 24, 2019, 11:42 AM IST

টেষ্ট উইকেটত 50 টা উইকেট দখল কৰা দ্ৰুততম ভাৰতীয় বলাৰ হিচাপে পৰিগণিত হ'ল জছপ্ৰীত বুমৰাহ ৷ ৱেষ্ট ইণ্ডিজৰ বেটিঙৰ 30 সংখ্যক অ'ভাৰত ডাৰেন ব্ৰেভ'ৰ উইকেট দখল কৰাৰ পাছতে এই সাফল্যৰ গৰাকী হয় বুমৰাহ ৷

টেষ্ট ক্ৰিকেটত 50 উইকেট দখল কৰা দ্ৰুততম ভাৰতীয় বুমৰাহ

স্পৰ্টছ ডেস্ক,24 আগষ্ট : পেচাৰ জছপ্ৰীত বুমৰাহে শুকুৰবাৰে টেষ্ট উইকেটত 50 টা উইকেট দখল কৰে ৷ এই উইকেট দখলৰ পাছতে টেষ্ট উইকেটত 50 টা উইকেট দখল কৰা দ্ৰুততম ভাৰতীয় বলাৰ হিচাপে পৰিগণিত হয় তেওঁ ৷ এন্টিগুৱাত অনুষ্ঠিত প্ৰথম মেচৰ দ্বিতীয় দিনা এই সফলতা অৰ্জন কৰে ভাৰতীয় বলাৰ গৰাকীয়ে ৷ ৱেষ্ট ইণ্ডিজৰ বেটিঙৰ 30 সংখ্যক অ'ভাৰত ডাৰেন ব্ৰেভ'ৰ উইকেট দখল কৰাৰ পাছতে এই সাফল্যৰ গৰাকী হয় বুমৰাহ ৷

জছপ্ৰীত বুমৰাহ

উল্লেখ্য যে, 25 বৰ্ষীয় বুমৰাহে 11 সংখ্যক মেচতে 50 টা উইকেট দখল কৰিবলৈ সক্ষম হয় ৷ এই দৌৰত তেওঁ ভেংকটেশ প্ৰসাদ আৰু মহম্মদ ছামীক অতিক্ৰম কৰে ৷ প্ৰসাদ আৰু ছামীয়ে 13 খন মেচত এই সফলতা অৰ্জন কৰিছিল ৷

Intro:Body:Conclusion:

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.