ETV Bharat / sports

অমিমাংসীত অসম আৰু ছত্তিশগড়ৰ মাজৰ ৰঞ্জী মেচ - ৰিয়ান পৰাগে

গুৱাহাটীত চলি থকা অসম আৰু ছত্তিশগড়ৰ মাজৰ ৰঞ্জী মেচখন ড্ৰ’ৰে সমাপ্ত ঘটে ৷ অসমে ইয়াৰ পৰা তিনি পইন্ট লাভ কৰিবলৈ সক্ষম হয় ৷

ASSAM vs CHHATTISGARH RANJI TROPY MATCH ENDS IN A DRAW
অমিমাংসীত অসম আৰু ছত্তিশগড়ৰ মাজৰ ৰঞ্জী মেচ
author img

By

Published : Jan 17, 2020, 10:31 PM IST

গুৱাহাটী, 17 জানুৱাৰীঃ অসম আৰু ছত্তিশগড়ৰ মাজত গুৱাহাটীত চলি থকা পঞ্চম ৰাউণ্ডৰ এলিট গ্ৰুপ চিৰ ৰঞ্জী ক্ৰিকেট মেচখন অমিমাংসীত ৰূপে সমাপ্ত হয় ৷ গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত চতুৰ্থ দিন তথা অন্তিমটো দিনত আলহী দল ছত্তিশগড়ে এক উইকেটৰ বিনিময়ত 25 ৰানৰ পৰা বেট ধৰা আৰম্ভ কৰি দিনান্তত 252 ৰান সংগ্ৰহ কৰাত খেলখনৰ সমাপ্তি ঘটে ৷ আলহী দলৰ অধিনায়ক হৰপ্ৰিত সিঙ ভাটিয়াই দ্বিতীয় ইনিংছত 102 ৰানৰ অবিজিত ইনিংছ খেলে ৷ আনহাতে সুমন ৰুইকৰে 75 ৰানৰ ইনিংছ খেলে ৷

আনহাতে অসমৰ হৈ ৰিয়ান পৰাগে তিনিটা উইকেট, অৰুপ দাস আৰু মুক্তাৰ হুছেইনে এটাকৈ উইকেট দখল কৰিবলৈ সক্ষম হয় ৷ এই মেচখনৰ পৰা অসমে তিনি পইন্ট লাভ কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে ছত্তিশগড়ে এক পইন্ট লাভ কৰে ৷ অসমে নিজৰ পৰৱৰ্তী মেচ অহা 19 জানুৱাৰীত মহাৰাষ্ট্ৰৰ বিৰুদ্ধে গুৱাহাটীত অৱতীৰ্ণ হ’ব ৷

আৰু পঢ়কঃআজিৰ পৰা শুভাৰম্ভণী অনুৰ্ধ্ব 19 ক্ৰিকেট বিশ্বকাপৰ

Intro:Body:

The Assam-Chhattisgarh Round five Elite Group C match ended in a draw. On the fourth and last day of the match played at the Assam Cricket Association Stadium, Barsapara, Guwahati, both the teams could not bring out any result.

Resuming the fourth and final day’s play on 25 for the loss of one wicket, the visiting team ended the day on 252 runs for the loss of five wickets. Skipper Harpreet Singh Bhatia top scored for their side in the second innings smashing an unbeaten 102 off 144 deliveries. Sumit Ruikar scored 75 runs before being caught by Subham Mandal at silly point off Riyan Parag. For Assam, Riyan Parag took three wickets. Arup Das and Mukhtar Hussain shared one wicket each.

Host Assam earned three points while Chhattisgarh earned one point from the match. Assam will play their next Ranji Trophy match against Maharashtra from January 19 at the ACA stadium, Barsapara, Guwahati. 

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.