ETV Bharat / sports

Tokyo Paralympics: বেডমিণ্টনৰ SL4 classত ৰূপৰ পদক আঁজুৰিলে সুহাস যথিৰাজে - বেডমিণ্টনৰ SL4 classত ৰূপৰ পদক

Tokyo Paralympicsত ৰূপৰ পদক লাভেৰে দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে সুহাস যথিৰাজ(Suhas Lalinakere Yathiraj)এ ৷ নয়ডাৰ জিলা দণ্ডাধীশ(Noida district magistrate) ৩৮ বছৰীয়া সুহাসে টকিঅ' পেৰালিম্পিকত বেডমিণ্টনৰ পুৰুষৰ একক SL4 class finalত ঐতিহাসিক ৰূপৰ পদক লাভ কৰিছে ৷ দুবাৰৰ বিশ্ব চেম্পিয়ন(two-time world champion) Lucas Mazurৰ বিৰুদ্ধে ২১-১৫ ১৭-২১ ১৫-২১ত পৰাজিত হৈ সুহাসে ৰূপৰ পদক লাভ কৰে ৷

Suhas Yathiraj clinches silver in badminton SL4 class
বেডমিণ্টনৰ SL4 classত ৰূপৰ পদক আঁজুৰিলে সুহাস যথিৰাজে
author img

By

Published : Sep 5, 2021, 2:18 PM IST

স্পৰ্টছ ডেস্ক , 5 ছেপ্তেম্বৰ : চলিত টকিঅ' পেৰালিম্পিক(Tokyo Paralympics)ত বেডমিণ্টনত পুৰুষৰ একক SL4 class finalত ঐতিহাসিক ৰূপৰ পদক লাভেৰে ভাৰতৰ সুহাস যথিৰাজৰ(Suhas Lalinakere Yathiraj)ৰ স্বৰ্ণ বিজয় অভিযানৰ সমাপ্তি ঘটে ৷ ফ্ৰান্সৰ শীৰ্ষ স্থানপ্ৰাপ্ত Lucas Mazurৰ বিৰুদ্ধে যুঁজ দি নয়ডাৰ জিলা দণ্ডাধীশ(Noida district magistrate) ৩৮ বছৰীয়া সুহাসে ৰূপৰ পদক লাভ কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনে ৷ 62 মিনিটযোৰা উত্তেজনাপূৰ্ণ খেলখনত দুবাৰৰ বিশ্ব চেম্পিয়ন(two-time world champion) Lucas Mazurৰ বিৰুদ্ধে ২১-১৫ ১৭-২১ ১৫-২১ত সুহাস পৰাস্ত হয় ৷

লগতে পঢ়ক : Tokyo Paralympic ত ভাৰতৰ তৃতীয়টো স্বৰ্ণ জয়

Qualifying group Aৰ খেলখনত European Championshipsত তিনিটাকৈ সোণৰ পদক অৰ্জন কৰা Mazurৰ হাতত সুহাস পৰাজিত হয় ৷ কিন্তু বিশ্বৰ এক নম্বৰ প্ৰতিদ্বন্দীগৰাকীক প্ৰত্যাহ্বান জনোৱাৰ বাবে সুহাসে যথেষ্ট চেষ্টা কৰা দেখা গৈছিল ৷ অৱশ্যে পৰাজিত হ'লেও পেৰালিম্পিকত পদক অৰ্জন কৰা প্ৰথমগৰাকী আইএএছ বিষয়া(first-ever IAS officer to win a medal at the Paralympics) হোৱাৰ গৌৰৱ সুহাসে অৰ্জন কৰিছে ৷

  • A fantastic confluence of service and sports! @dmgbnagar Suhas Yathiraj has captured the imagination of our entire nation thanks to his exceptional sporting performance. Congratulations to him on winning the Silver medal in Badminton. Best wishes to him for his future endeavours. pic.twitter.com/bFM9707VhZ

    — Narendra Modi (@narendramodi) September 5, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

বেডমিণ্টনত ভাৰতৰ হৈ তৃতীয়টো পদক জয় কৰাৰ পিছত সুহাছে কয়, "মই যি প্ৰদৰ্শন কৰিলো তাক লৈ মই সুখী ৷ কিন্তু দ্বিতীয়খন খেলত মই খেল সমাপ্ত কৰিব লাগিছিল ৷ খেলখন সমাপ্ত নকৰাৰ বাবে মই কিছু হতাশ হৈছো ৷ কিয়নো দ্বিতীয়খন খেলত মোৰ বাবে এক সুন্দৰ নেতৃত্ব আছিল ৷ কিন্তু, Lucasক অভিনন্দন ৷ যিয়ে ভাল খেলিছে তেওঁ বিজয়ী " ৷

লগতে পঢ়ক : Tokyo paralympics : বেডমিণ্টন খেলুৱৈ কৃষ্ণ নাগৰৰ স্বৰ্ণ জয়

সোণৰ পদকৰ বাবে খেলখনৰ আৰম্ভণিতে সুহাসে সম্পূৰ্ণৰূপে আধিপত্য বিস্তাৰ কৰিছিল আৰু প্ৰথমটো বিৰতিত ১১-৮ ত আগবাঢ়ি তেওঁ প্ৰতিদ্বন্দীৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছিল ৷ নিজৰ গতি অব্যাহত ৰাখি ভাৰতে দ্বিতীয় খন খেলত ৩-১ত আগবাঢ়ি যায় ৷ অৱশ্যে মাজুৰে পুনৰ নিজৰ স্থিতি সবল কৰে আৰু অন্তিম ১১ পইণ্টৰ ভিতৰত নটা দখল কৰি প্ৰতিযোগিতাখনত পুনৰ নিজৰ আধিপত্য বিস্তাৰ কৰে ৷ খেলখনৰ অন্তিম পৰ্যায়ত সুহাছৰ ফালৰ পৰা কেইবাটাও ভূল হৈছিল যাৰ পৰিপ্ৰেক্ষিতত Mazurএ five match points লাভ কৰিছিল ৷

এগৰাকী কম্পিউটাৰ অভিযন্তা(computer engineer) সুহাস 2020 চনৰে পৰা নয়ডাৰ জিলা দণ্ডাধীশ হিচাপে তেওঁ নিযুক্ত হৈ আছে ৷ সুহাসৰ এই সফলতাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও অভিনন্দন জ্ঞাপন কৰি এয়া সেৱা আৰু ক্ৰীড়াৰ এক চমৎকাৰী সংগম হিচাপে অভিহিত কৰিছে ৷

লগতে পঢ়ক : Tokyo Paralympics : অৱনী লেখাৰা আৰু সুমিত এণ্টিললৈ বিশেষ উপহাৰ IndiGo এয়াৰলাইনৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.