ETV Bharat / sports

চাইনা অ’পেনৰ খিতাপ দখল কেৰোলিনা মাৰিণৰ - চাইনা অ’পেনৰ খিতাপ দখল কেৰোলিনা মাৰিণৰ

তাই জু ইয়িঙক পৰাস্ত কৰি চাইনা অ’পেনৰ খিতাপ দখল কেৰোলিনা মাৰিণৰ ৷ 14-21, 21-17, 21-18 ছেটত জয় লাভ ৷

চাইনা অ’পেনৰ খিতাপ দখল কেৰোলিনা মাৰিণৰ
author img

By

Published : Sep 22, 2019, 9:12 PM IST

স্পৰ্টছ ডেস্ক, 22 ছেপ্টেম্বৰঃ দেওবাৰে চাইনা অ’পেনৰ খিতাপ দখল কৰিবলৈ সক্ষম হয় বৰ্তমানৰ অলিম্পিক চেম্পিয়ন স্পেইনৰ তাৰকা শ্বাটলাৰ কেৰোলিনা মাৰিণে ৷ আঠ মাহৰ পাছত বেডমিণ্টনৰ কৰ্টত প্ৰত্যাৱৰ্তন কৰা মাৰিণে তাইৱানৰ খেলুৱৈ তাই জু ইয়িঙক পৰাস্ত কৰি এই খিতাপ দখল কৰিবলৈ সক্ষম হয় ৷

চাইনা অ’পেনৰ খিতাপ দখল কেৰোলিনা মাৰিণৰ
চাইনা অ’পেনৰ খিতাপ দখল কেৰোলিনা মাৰিণৰ

সংঘৰ্ষপূৰ্ণ এক ঘণ্টা পাঁচ মিনিটলৈ চলা মেচখনত 14-21, 21-17, 21-18 ছেটত জয় লাভ কৰি এই খিতাপ লাভ কৰিবলৈ সক্ষম স্পেইনৰ প্ৰতিভাৱান খেলুৱৈগৰাকীয়ে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.